ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন/২০২১

This page is a translated version of the page Wikimedia Foundation elections/2021 and the translation is 72% complete.
Outdated translations are marked like this.

The election ended ৩১ আগষ্ট ২০২১. No more votes will be accepted.
The results were announced on ৭ ছেপ্টেম্বৰ ২০২১. Please consider submitting any feedback regarding the 2021 election on the elections' post analysis page.

2021 Board Elections
Main Page
Candidates
Voting information
Single Transferable Vote
Results
Discussions
FAQ
Questions
Organization
Translation
Documentation
This box: view · talk · edit

The 2021 Board of Trustees election has been rescheduled to 18 – 31 August 2021 due to technical issues with SecurePoll. Read more.

২০২১ৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নি্বাচন ১৮ আগষ্ট ২০২১ৰ পৰা ৩১ আগষ্ট ২০২১লৈ অনুষ্ঠিত হ'ব। ৱিকিমিডিয়া সম্প্ৰদায়ৰ সদস্যসকলে তিনিবছৰীয়া কাৰ্যকালৰ বাবে চাৰিজন প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰিব। প্ৰাৰ্থীৰ মনোনয়ন দাখিল ২৯ জুন ২০২১-ত সমাপ্ত হয়।

প্ৰাৰ্থীৰ তালিকা

অনুগ্ৰহ কৰি অধিক জানিবলৈ প্ৰাৰ্থীৰ নামত ক্লিক কৰক।

ভোটদান

ভোটদান ১৮ আগষ্ট ২০২১ তাৰিখে আৰম্ভ হৈ ৩১ আগষ্ট ২০২১ তাৰিখে সমাপ্ত হ'ব। ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য-পৃষ্ঠাত আছে।

ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি প্ৰাৰ্থীৰ উপস্থাপন আৰু বিদ্যমান ব'ৰ্ডে কৰা দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক।

Note: If your vote is rejected, don't try logging in on votewiki. Instead, if the system rejects a valid vote, you should just restart the voting process. Since the voting form will be blank again, it is a good idea to write down your choices in a separate document or take a screenshot before submitting the form.

Learn more about the Board of Trustees in this short video:

সময়ৰেখা

 
ব'ৰ্ড অৱ ষ্ট্ৰাষ্টীজ নিৰ্বাচনৰ সময়ৰেখা

সুবিধা-সেৱাদলে সময়ৰেখাৰ এটা গ্ৰাফিক প্ৰস্তুত কৰিছে। নিৰ্বাচন সম্পৰ্কীয় খা-খবৰ বিনিময় কৰোঁতে ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। এই গ্ৰাফিক বহু কেইটা ভাষাত উপলব্ধ।

প্ৰচাৰ কৰ্মসূচী

এয়া প্ৰচাৰৰ সময়ছোৱাৰৰ বাবে পৰিকল্পনা কৰা এখন কৰ্মসূচী। আৰু কিছু কৰ্মসূচী তৈয়াৰ কৰি থকা হৈছে। এই তালিকা নিৰন্তৰভাবে আপডেট কৰি থকা হ'ব। ৱিকি সম্প্ৰদায়ৰ সদস্যসকলক তালিকাৰ তলৰ ফালে অতিৰিক্ত কৰ্মসূচী সংযোগ কৰিবলৈ আহ্বান কৰা হৈছে। যদি আপুনি নতুন কৰ্মসূচী সংযোগ কৰে তেন্তে অনুগ্ৰহ কৰি সেই পৃষ্ঠাটো সংলগ্ন কৰি দিব, য'ত সম্প্ৰদায়ৰ সদস্যসকলে অধিক তথ্য লাভ কৰিব।

জন-সংযোগ

পূৰ্বৰ নিৰ্বাচনত বিশ্বব্যাপী ভোটদানৰ হাৰ আছিল প্ৰায় ১০ শতাংশ। যিবোৰ ৱিকি-সম্প্ৰদায়ত নিৰ্বাচনী স্বেচ্ছাসেৱকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, সেইবোৰ সম্প্ৰদায়ৰ ভোটদানৰ হাৰ সন্তোষজনক আছিল। কিছুমান সম্প্ৰদায়ৰ ভোটদানৰ হাৰ ২০ শতাংশলৈকে গৈছিল।

নিৰ্বাচনী স্বেচ্ছাসেৱক

আপোনাৰ সম্প্ৰদায়ৰ ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ আপুনি সহায়ৰ হাত আগবঢ়াব বিচাৰে নেকি? এই ক্ষেত্ৰত আপোনাৰ পূৰ্ব-অভিজ্ঞতাৰ কোনো প্ৰয়োজন নাই।নিৰ্বাচনী স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সম্প্ৰদায় মাজত বোৰ্ড নিৰ্বাচন সংক্ৰান্তীয় প্ৰচাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। সকলো ৱিকি প্ৰকল্পৰ স্বেচ্ছাসেৱকসকললৈ আদৰণি! শীৰ্ষৰ ৩০টা ৱিকি প্ৰকল্পৰ পৰা উপযুক্ত ভোটাৰসকলৰ বাবে অন্ততঃ এজনকৈ যাতে স্বেচ্ছাসেৱক থাকে, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আপোনাৰ সম্প্ৰদায়ক নিৰ্বাচনত জড়িত কৰি অধিক বিবিধতা সম্পন্ন আৰু অধিক ভালকৈ কাৰ্য সম্পাদন কৰিব পৰা 'বোৰ্ড অফ ষ্ট্ৰাষ্টীজ' গঠন কৰাত সহায় কৰক।

বাৰ্তালাপ

ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ নিৰ্বাচনৰ বিষয়ে বিশ্বজুৰি বহুতো কথা-বতৰা চলি আছে। আহক, কথা-বতৰাত যোগদান কৰক!

টেলিগ্ৰাম ব'ৰ্ড নিৰ্বাচন চ্চেট
ব'ৰ্ড নিৰ্বাচনৰ সাহায্য দলে ইয়াত ঘোষণা আৰু আপডেট ভাগ-তৰা কৰিব।
দক্ষিণ এছিয়াৰ নিৰ্বাচনী স্বেচ্ছাসেৱক
ইয়াত লিংক যোগ কৰক যাতে আনে বাৰ্তালাপত যোগদান কৰিব পাৰে

দল

নিৰ্বাচন সমিতি
AbhiSuryawanshi
Carlojoseph14
HakanIST
KTC
Mardetanha
Masssly
Matanya
Ruslik0
সুবিধা-সেৱা দল (আন্দোলনৰ ৰণকৌশল আৰু সঞ্চালন)
Quim Gil: সমন্বয়ক
Xeno: ইংৰাজী সম্প্ৰদায় আৰু মেটা-ৱিকি
Jackie Koerner: ইংৰাজী সম্প্ৰদায় আৰু মেটা-ৱিকি
Civvi: ইটালীয় সম্প্ৰদায়
Maciej Nadzikiewicz: পোলিছ সম্প্ৰদায়
Mahuton Possoupe: ফৰাচী সম্প্ৰদায়
Oscar Costero: স্পেনীয় সম্প্ৰদায় আৰু লেটিন আমেৰিকা অঞ্চল
Denis Barthel: জাৰ্মান সম্প্ৰদায় আৰু উত্তৰ-পশ্চিম ইউৰোপীয় অঞ্চল
Mehman Ibragimov: ৰুচিয় সম্প্ৰদায় আৰু মধ্য আৰু পূৰ্ব ইউৰোপ অঞ্চল
Ravan Al-Taie: আৰবী সম্প্ৰদায় আৰু মধ্যপ্ৰাচ্য অঞ্চল
Mervat Salman: আৰবী সম্প্ৰদায় আৰু মধ্যপ্ৰাচ্য অঞ্চল
Zita Zage: উপ-চাহাৰা আফ্ৰিকীয় অঞ্চল
Sam Oyeyele: য়'ৰুবান সম্প্ৰদায় আৰু পশ্চিম আফ্ৰিকীয় অঞ্চল
Krishna C. Velaga: দক্ষিণ এছীয় অঞ্চল
Youngjin Ko: কোৰিয়ান সম্প্ৰদায় আৰু পূব এছীয় অঞ্চল
Ramzy Muliawan: ইন্দোনেছীয় সম্প্ৰদায় আৰু দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চল

প্ৰেক্ষাপট

বোৰ্ড অফ ট্ৰাষ্টীজৰ তিনিজন কমিউনিটি ট্ৰাষ্টীৰ নিৰ্বাচন ২০২০ চনত হোৱাৰ কথা আছিল যদিও ২০২০ৰ এপ্ৰিলত নিৰ্বাচন প্ৰক্ৰিয়া পিছুৱাই দিয়াৰ ঘোষনা কৰা হয়। ২০২১ৰ এপ্ৰিলত বোৰ্ড অফ ট্ৰাষ্টীজে ২০২১ চনৰ বোৰ্ড নিৰ্বাচনৰ পৰিকল্পনাৰ কথা অৱগত কৰে। বোৰ্ডে নিৰ্বাচনত বৈচিত্ৰ আৰু অংশগ্ৰহণ বৃ্দ্ধিৰ পোষকতা কৰে।

ৱিকিমিডিয়া ফাউণ্ডেচনৰ ক্ৰমবৰ্ধমান কৰ্মসূচী আৰু বিশেষজ্ঞতাৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি হোৱা হেতুকে ফাউঁণ্ডেচনক সঠিক গতি দিবলৈ বোৰ্ডৰ আসনৰ সংখ্যা ১৬খনলৈ বৃদ্ধি কৰা হৈছে। এই সম্প্ৰসাৰণ এটা বাহ্যিক প্ৰশাসনীয় সমীক্ষাৰ অনুমোদনৰ আধাৰত কৰা হৈছে।

  • ৩খন নতুন 'সম্প্ৰদায়-আৰু-অধিভূক্ত' নিৰ্বাচিত আসন
  • ৩খন বোৰ্ডৰ দ্বাৰা নিৰ্বাচিত আসন

২০২১ চনত ৪খন আসনৰ বাবে নিৰ্বাচন হ'ব; ইয়াৰে ৩খন পুনঃনবীকৰণ কৰিবলগীয়া আসন আৰু ৪ৰ্থখন বোৰ্ড সম্প্ৰসাৰণৰ অনুমোদনৰ ভিত্তিত ন-কৈ সৃষ্টি কৰা আসন। ন-কৈ সৃষ্টি কৰা আন দুখন 'সম্প্ৰদায়-আৰু-অধিভূক্ত' আসনৰ নিৰ্বাচন ২০২২ চনত অনুষ্ঠিত হ'ব। (মুঠ ৪খন)।