ৱিকিমিডিয়াৰ প্ৰকল্পসমূহ

This page is a translated version of the page Wikimedia projects and the translation is 100% complete.
A summary of the different Wikimedia communities.

বিৱৰণ আৰু পৰিসংখ্যা

মেটাত থকা এই পৃষ্ঠাসমূহে বিষয়বস্তুৰ প্ৰকল্পসমূহৰ বৰ্ণনা কৰে, আৰু য'ত প্ৰয়োজন হয়, ব্যক্তিগত ভাষাসমূহৰ বাবে পৰিসংখ্যাৰ তালিকাসমূহ অন্তৰ্ভুক্ত কৰে:

তালিকা

ৱিকিমিডিয়া ফাউণ্ডেশ্যনে মুক্ত বিষয়বস্তুৰ আৰ্হি অনুসৰণ কৰা এঘাৰটা বিষয়বস্তুৰ প্ৰকল্প পৰিচালনা কৰে, যাৰ মূল লক্ষ্য হৈছে জ্ঞানৰ প্ৰচাৰ।

এই পৃষ্ঠাত প্ৰত্যেক ৱিকিমিডিয়া প্ৰকল্পৰ কেন্দ্ৰীয় পৃষ্ঠাৰ লিংক দিয়া আছে। অনুগ্ৰহ কৰি যিকোনো নথকা ৱিকি যোগ কৰক (ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ পূৰ্ণাংগ তালিকা চাওক – বহুতো নাই যেন লাগিছে) আৰু আপুনি বিচাৰি পোৱা যিকোনো নথকা লিংক ভৰাওক।

কেৱল প্ৰতিটো ৱিকিৰ মুখ্য পৃষ্ঠাৰ লিংক থকা এখন চমু তালিকা ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ পূৰ্ণাংগ তালিকা ত পোৱা যাব। তালিকাসমূহ প্ৰকল্পৰ দ্বাৰা আৰু বৰ্ণানুক্ৰমিকভাৱে ভাষা ক'ড অনুসাৰে সজোৱা হয়।

তালিকাৰ শব্দাৱলী

টেবুলখন সৰু কৰি ৰাখিবলৈ, অনুগ্ৰহ কৰি শব্দবিলাকৰ সংক্ষিপ্ত ৰূপ ব্যৱহাৰ কৰক।

সাধাৰণ আলোচনা
আপোনাৰ স্থানীয় ভিলেজ পাম্প (ভিপি)
বাতৰি
স্থানীয় বাতৰি পৃষ্ঠা, চলি থকাবোৰ
প্ৰশাসক, আৰএফএ
প্ৰশাসকৰ তালিকা, প্ৰশাসকৰ বাবে অনুৰোধ
ভিএফডি
বিলুপ্তিকৰণৰ বাবে ভোটদান
দূতাবাস / এম্বেছেডৰসকল
দূতাবাস-পৃষ্ঠা / ব্যৱহাৰকাৰী যিসকলে বিভিন্ন ভাষাৰ সমস্যাৰ ক্ষেত্ৰত সহায় কৰে (এম্বেছেডৰসকলৰ প্ৰধান তালিকা চাওক)
প্রেছ
স্থানীয় প্ৰেছ ৰুম/প্ৰেছ বিজ্ঞপ্তি
গুণমান
বৈশিষ্ট্যযুক্ত/উৎকৃষ্ট প্ৰবন্ধ (এফ.এ.) আৰু বৈশিষ্ট্যযুক্ত অনুচ্ছেদ প্ৰাৰ্থী (এফ.এ.চি.) বা গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ বাবে আপোনাৰ যি যি প্ৰক্ৰিয়া আছে
পৰিসংখ্যা
স্থানীয় পৰিসংখ্যা পৃষ্ঠাসমূহ যদিহে আছে
আৰম্ভ হোৱাৰ তাৰিখ
যেতিয়া প্ৰকল্পটো আৰম্ভ কৰা হৈছিল (প্ৰায় সকলোৱে পঢ়িব পৰা হিন্দু-আৰবী অংক [0123456789] ব্যৱহাৰ কৰি অস্পষ্টতা নথকা আৰু ভাষা-নিৰপেক্ষ সাংখ্যিক বিন্যাস "yy-mm-dd" ব্যৱহাৰ কৰক)

লগতে চাওক: Special:SiteMatrix-ত সম্পূৰ্ণ তালিকা।

লগতে চাওক