ৱিকিপিডিয়া
On 27 April 2016, the Swedish Wikipedia hit 3,000,000 articles followed by the Cebuano Wikipedia on 25 September 2016.[1]
ৱিকিপিডিয়া হৈছে পৃথিৱীৰ সকলো ভাষাতেই উপলব্ধ হোৱাকৈ মুক্ত বিশ্বকোষ গঠনৰ বাবে উৎসৰ্গিত এটা প্ৰকল্প।
এই প্ৰকল্পটো ইংৰাজী-ভাষাৰ ৱিকিপিডিয়াৰে ১৫ জানুৱাৰী, ২০০১ত আৰম্ভ কৰা হৈছিল। সোনকালে ইয়াৰ ফৰাছী সংস্কৰণ যোগ হয়, আৰু লাহে লাহে অন্য বহু ভাষালৈ বৃদ্ধি পায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয়।
২০০৬ চনৰ ১ মাৰ্চত, ইংৰাজী ৱিকিপিডিয়াই ১০,০০,০০০ প্ৰৱন্ধ স্পৰ্শ কৰে। ২০০৭ চনৰ ৯ ছেপ্তেম্বৰত এই সংখ্যা ২০,০০,০০০ লৈ বৃদ্ধি পায়। সেইদৰে, ২০০৯ চনৰ ১৭ আগষ্টত, ৩০,০০,০০০ আৰু ২০১২ চনৰ ১৩ জুলাইত ৪০,০০,০০০ প্ৰৱন্ধ স্পৰ্শ কৰে।
২০০৪ চনৰ ২০ ছেপ্টেম্বৰত ৱিকিপিডিয়াৰ শতাধিক ভাষাত মুঠ প্ৰৱন্ধ ১০,০০,০০০ লৈ বৃদ্ধি পায়।
এপ্ৰিল 2021 অনুহৰি, এশতকৈ অধিক প্ৰৱন্ধ থৰা ৱিকিপিডিয়াৰ সংখ্যা হৈছে 310, সেইদৰে 152 খন ৱিকিপিডিয়াত ১০,০০০ৰ অধিক প্ৰৱন্ধ, আৰু 70 খন ৱিকিপিডিয়াত ১,০০,০০০তকৈ অধিক প্ৰৱন্ধ আছে। ইংৰাজী ৱিকিপিডিয়াৰ পিছত, জাৰ্মান, ফৰাছী, ডিউটচ, ইটালিয়ান, ৰাছিয়ান, স্পেনিছ, ছুইডিছ, পলিছ, ৱাৰী-ৱাৰী, ভিয়েটনামিজ আৰু চিবুৱানো সংস্কৰণকেইটাত ১ নিযুততকৈও বেচি প্ৰৱন্ধ আছে। অসমীয়া ৱিকিপিডিয়াত সাত হেজাৰতকৈ অধিক প্ৰৱন্ধ আছে।
Following the English-language Wikipedia, the German (27 December 2009), French (21 September 2010), Dutch (17 December 2011), Italian (22 January 2013), Russian (11 May 2013), Spanish (16 May 2013), Swedish (15 June 2013)[1], Polish (24 September 2013), Waray (8 June 2014), Vietnamese (15 June 2014), Cebuano (16 July 2014)[1], Japanese (19 January 2016), Chinese (13 April 2018), Portuguese (26 June 2018), Arabic (17 November 2019), Ukrainian (22 March 2020) and Egyptian Arabic editions (28 July 2020) each have more than 1,000,000 articles.
On 5 September 2015, the Swedish Wikipedia hit 2,000,000 articles followed by the Cebuano Wikipedia on 14 February 2016,[1] by the German Wikipedia on 19 November 2016, by the French Wikipedia on 8 July 2018 and by the Dutch Wikipedia on 8 March 2020.
On 11 February 2017, the Cebuano Wikipedia hit 4,000,000 articles.[1]
On 8 August 2017, the Cebuano Wikipedia hit 5,000,000 articles.[1]
এপ্ৰিল ২০২১ অনুহৰি, ৱিকিপিডিয়াৰ মুঠ 321 টা ভাষিক সংস্কৰণ আছে, আৰু সৰ্বমুঠ ৫,৬২,৬৪,৫৪৯ নিযুততকৈও অধিক প্ৰৱন্ধ আছে।
বিস্তৃত পৰিসংখ্যাৰ বাবে, ৱিকিপিডিয়াসমূহৰ তালিকা চাওক।
২০০৪ চনত ৱিকিপিডিয়াই "কমিউনিটি"ৰ ৱেবী এৱাৰ্ড আৰু ."ডিজিটেল কমিউনিটি."ৰ পিক্স আৰছ ইলেক্ট'নিকা পদক লাভ কৰে।
ভাষিক সংস্কৰণ
ৱিকিপিডিয়া সম্পৰ্কীয় লিখা
- ৱিকিপিডিয়া - মাৰ্ক জেইছ, ২০০১ – কানাডিয়ান লিখকৰ হাতপুথি হিচাপে লিখা এটা প্ৰৱন্ধ (ত্ৰয়োদশ সংস্কৰণ)
- ৱিকিপিডিয়া (এভ্ৰিঠিং২) – এক্সেল ব'ল্টডৰ এটা এভ্ৰিঠিং ২ ন'ড
আৰু চাওক
- ৱিকিপিডিয়াসমূহৰ তালিকা
- বৃহৎ ৱিকিসমূহৰ তালিকা
- ৱিকিমিডিয়া ফাউণ্ডেচন
- ৱিকিমিডিয়া প্ৰকল্পসমূহ
- ৱিকিপিডিয়া:বহুভাষিক পৰিসংখ্যা
- ৱিকিমিডিয়ান
- হাৰ্ডৱেৰ পৰিচৰ্চা আৰু চফ্টৱেৰ বিকাশ: মিডিয়াৱিকি বিকাশ
- মিডিয়াৱিকিৰ নীতিসমূহ