ৱিকিপিডিয়া গ্ৰন্থাগাৰ
ৱিকিপিডিয়া গ্ৰন্থাগাৰে সম্পাদকসকলক ৱিকিপিডিয়া উন্নতৰ কৰিবলৈ নিৰ্ভৰযোগ্য উত্স লভাত সহায় কৰে।
ৱিকিপিডিয়া গ্ৰন্থাগাৰক ৱিকিমিডিয়া ফাউণ্ডেচনৰ কৰ্মচাৰী আৰু বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱীৰ দলে চলাই। আমি এক সমাজ-ব্যৱস্থিত উপগ্ৰহীয় মডেলেৰে কাম কৰো: আমি বৈশ্বিক প্ৰকল্পটো শাসন কৰো কিন্তু স্থানীয় সমন্বয়কৰ সৈতে প্ৰতিখন স্থানীয় সমাজক নিজৰ নিজৰ গ্ৰন্থাগাৰ নিৰ্মাণত একেলগে কাম কৰো।
সম্পৰ্কত আহক ই-মেইল: wikipedialibrary
wikimedia
org •
টুইটাৰ: @wikilibrary •
ফে'চবুক: The Wikipedia Library •
ডাক সূচী: Wikipedia-Library •
আই আৰ চি (irc): #wikipedia-library
আমি কি কৰো
পত্ৰিকা প্ৰৱেশাধিকাৰ: সম্পাদকসকলে যোগদান কৰিব পৰা মুক্ত পত্ৰিকা প্ৰৱেশাধিকাৰৰ বৰঙণিৰ আয়োজন কৰা।্
উত্স বিতৰণ: উত্স বিতৰণ পৃষ্ঠা সৃষ্টি কৰা য'ত সম্পাদকসকলে আন সম্পাদকৰপৰা উত্স অনুৰোধ কৰিব পাৰে।
সজুলি: গৱেষণা কৰা আৰু উত্সৰ সৈতে সংযোজিত হ'বলৈ সম্পাদকসকলক সহায় কৰিবলৈ সজুলি তৈয়াৰ কৰা।
আপুনি জড়িত কেনেকৈ হ'ব পাৰে
এটি স্থানীয় শাখা খুলি: আমি আপোনাৰ সম্প্ৰদায়ক নিজা ৱিকিপিডিয়া গ্ৰন্থাগাৰ নিৰ্মাণ কৰাত সহায় কৰিম। আমাৰ লগত যোগাযোগ কৰক!
Translate: You can help editors who speak your language by translating the Library Card platform interface!
Become a coordinator: Help manage and improve the library.
Get your library involved: Explore our options for engaging as a library
Donor outreach: Contact publishers and potential donors. You can help.
Help us with tech projects: Help complete technical tools, tasks, and changes to improve research on Wikimedia projects.
Read the newsletter: Read about and stay up to date on our recent and ongoing activities.
আৰবী • বাংলা • কাতালান • গ্ৰীক • ইংৰাজী • স্পেনিচ • ফাৰ্ছী • ফিনিচ • ফ্ৰেন্স • হিন্দী • হিব্ৰু • কুৰ্ডিচ • ইটালিয়ান • Norwegian • প’লিচ • পৰ্তুগীজ • Simple English • সিন্ধী • ছুইডিচ • তুৰ্কী • ইউক্ৰেইনীয় • ভিয়েটনামী • ইউৰুবা • চীনা