Template:StrategyButton2016/editintro/Communities/as

This page is a translated version of the page Template:StrategyButton2016/editintro/Communities and the translation is 100% complete.

জটিল প্ৰশ্ন

ৱিকিমিডিয়া ফাউণ্ডেচনৰ স্বাস্থ্য, বৃদ্ধি আৰু আমাৰ বিচিত্ৰ সমাজসমূহ অধিক আদৰণীয় তথা মুকলি কৰি তোলাত সহায় কৰি এই আন্দোলনক গতিশীলতা প্ৰদান কৰিবলৈ সবাতোতকৈ উৎকৃষ্ট উপায় কি বুলি আপুনি ভাবে?

সাম্ভাৱ্য কৌশলগত উপায়সমূহ
অনুগ্ৰহ কৰি এই উপায়সমূহ মন দি পঢ়ক আৰু সংখ্যা অনুসৰি ইয়াৰ ভিতৰত আপুনি সমৰ্থন কৰা সৰ্বাধিক তিনিটা উপায় আমাক অৱগত কৰক। আপুনি আপোনাৰ নিজৰ ধাৰণাও ব্যক্ত কৰিব পাৰিব!

  • উপায় এক: Reduce harassment issues and the gender gap to facilitate a safe, welcoming, and supportive environment for contributors and editors.
  • উপায় দুই: Create and support programs to increase volunteer participation such as recognition, facilitated mentorship, and personalized re-engagement.
  • উপায় তিনি: Increase communication and transparency with and between our communities and across Wikimedia affiliates.
  • উপায় চাৰি: Align efforts between our affiliate organizations and the Wikimedia Foundation to increase local language and community coverage on key initiatives.
  • উপায় পাঁচ: বিষয় আৰু প্ৰকল্প ব্যৱস্থাপনাৰ কষ্ট লাঘব কৰিবলৈ স্বয়ংক্ৰিয় সজুলীসমূহৰ বিকাশ সাধন কৰা।
  • উপায় ছয়: সমাজ আৰু ৱিকি গঠনৰ নিয়ম আৰু প্ৰদ্ধতিসমূহৰ সৰলীকৰণ কৰা।
  • উপায় সাত: আপোনাৰ ধাৰণা

মন কৰিব: আপুনি বিষয়/শীৰ্ষ বাকচ পূৰ কৰাৰ প্ৰয়োজন নাই, সাঁচটোৱে ইয়াৰ দেখ-ভাল কৰিব।