Wikimedia Foundation elections/2021/2021-08-27/Second board voter e-mail/as

This page is a translated version of the page Wikimedia Foundation elections/2021/2021-08-27/Second board voter e-mail and the translation is 100% complete.

From: ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন কমিটী <board-elections@lists.wikimedia.org>

ৱিকিমিডিয়া ফাউণ্ডেচনৰ 2021 বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ নাপাহৰিব

প্ৰিয় $USERNAME,

আপোনালৈ এই ইমেইলটো প্ৰেৰণ কৰা হৈছে, কাৰণ আপুনি ৱিকিমিডিয়া ফাউণ্ডেচন 2021 ব'ৰ্ড অফ ষ্ট্ৰাষ্টী নিৰ্বাচনত ভোট দিবৰ বাবে যোগ্য। নিৰ্বাচনটো 2021 চনৰ 18 আগষ্টত আৰম্ভ হৈছে আৰু 2021 চনৰ 31 আগষ্টত ই শেষ হ'ব।

ৱিকিমিডিয়া ফাউণ্ডেচনে $ACTIVEPROJECT আদি প্ৰকল্প ৰূপায়ণ কৰে আৰু ইয়াক নেতৃত্ব দিয়ে এখন ট্ৰাষ্টী বোৰ্ডে, যিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৰূপে কাৰ্যনিৰ্বাহ কৰে। বোৰ্ড অফ ট্ৰাষ্টীজৰ বিষয়ে অধিক জানিবলৈ চাওক৷

ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। বিশ্বজুৰি মুঠ ২০গৰাকী প্ৰাৰ্থীয়ে এই আসন কেইখনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ২০২১ৰ ট্ৰাষ্টী বোৰ্ডৰ প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানিবলৈ চাওক

ৱিকি সম্প্ৰদায়ৰ প্ৰায় 70,000 সদস্যক ভোট দিবলৈ আহ্বান জনোৱা হৈছে; য'ত আপুনিও অন্তৰ্ভূক্ত হৈছে! ভোটদান কেৱল ২৩:৫৯ ইউটিচি ৩১ আগষ্টলৈকে হ'ব। [$SERVER/wiki/Special:SecurePoll/vote/Wikimedia_Foundation_Board_Elections_2021 $ACTIVEPROJECT চিকিওৰপোললৈ গৈ ভোট দিয়ক।]

যদি আপুনি ইতিমধ্যে ভোট দিছে, ভোট দিয়াৰ বাবে আপোনাক ধন্যবাদ আৰু অনুগ্ৰহ কৰি এই ইমেইলটো আওকাণ কৰক। এজন ব্যক্তিয়ে কেৱল এবাৰহে ভোট দিব পাৰিব, তেওঁৰ যিমান কেইটা একাউণ্টে নাথাকক লাগিলে৷

এই নিৰ্বাচনৰ বিষয়ে অধিক তথ্য জানিবলৈ পঢ়ক

স্বাক্ষৰ

নিৰ্বাচন কমিটি

ৱিকিমিডিয়া ফাউণ্ডেচনত আপোনাৰ ই-মেইল ঠিকনা পঞ্জীভূক্ত হৈ থকা হেতুকে আপোনালৈ এই মেইল প্ৰেৰণ কৰা হৈছে। ভৱিষ্যতে নিৰ্বাচন সম্পৰ্কীয় নোটিফিকেচন নাপাবলৈ অনুগ্ৰহ কৰি আপোনাৰ সদস্য নাম নো মেইলিং লিষ্টত সংযোগ কৰক

Plain text version

প্ৰিয় $USERNAME,

আপুনি এই ইমেইলটো লাভ কৰিছে কাৰণ আপুনি ৱিকিমিডিয়া ফাউণ্ডেচন 2021 ব'ৰ্ড অফ ষ্ট্ৰাষ্টী নিৰ্বাচনত ভোট দিয়াৰ বাবে যোগ্য। নিৰ্বাচন 2021 চনৰ 18 আগষ্টত আৰম্ভ হৈছে আৰু 2021 চনৰ 31 আগষ্টত সমাপ্ত হ'ব।

ৱিকিমিডিয়া ফাউঁণ্ডেচনে $activeproject আদি প্ৰকল্প ৰূপায়ণ কৰে আৰু ইয়াক নেতৃত্ব দিয়ে এখন ট্ৰাষ্টী বোৰ্ডে, যিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৰূপে কাৰ্যনিৰ্বাহ কৰে। বোৰ্ড অফ ট্ৰাষ্টীজৰ বিষয়ে অধিক জানিবলৈ চাওক: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_Board_of_Trustees/Overview>.

এই বছৰ চাৰিখন আসন এটা সম্প্ৰদায়ৰ ভোটৰ দ্বাৰা বাছনি কৰিব লাগিব। সমগ্ৰ বিশ্বৰ পৰা 19 জন প্ৰাৰ্থীয়ে এই আসনসমূহৰ বাবে প্ৰতিদ্বন্দিতা কৰি আছে। 2021 ৰ ট্ৰাষ্টী পৰিষদৰ প্ৰাৰ্থীৰ বিষয়ে অধিক জানি লওক: <https://meta.wikimedia.org/wiki/Wikimedia_Foundation_elections/2021/Candidates#Candidate_Table>

সম্প্ৰদায়বোৰৰ প্ৰায় 70,000 সদস্যক ভোট দিবলৈ কোৱা হয়। ইয়াত আপোনাক অন্তৰ্ভুক্ত কৰা হৈছে! ভোটদান কেৱল ২৩:৫৯ ইউটিচি ৩১ আগষ্টলৈকে থাকে। $ACTIVEPROJECT চিকিউৰপোলত ভোট দিয়ক: <$SERVER/wiki/Special:SecurePoll/vote/Wikimedia_Foundation_Board_Elections_2021>

যদি আপুনি ইতিমধ্যে ভোট দিছে, ভোট দিয়াৰ বাবে আপোনাক ধন্যবাদ আৰু অনুগ্ৰহ কৰি এই ইমেইলটো অৱজ্ঞা কৰক। মানুহে কেৱল এবাৰহে ভোট দিব পাৰে, তেওঁলোকৰ যিমান কেইটাই একাউণ্ট নাথাকক।

এই নিৰ্বাচনৰ বিষয়ে অধিক তথ্য পঢ়ক: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2021/Board_of_Trustees>.

ইয়াৰ দ্বাৰা স্বাক্ষৰিত,

নিৰ্বাচন কমিটী

--

আপুনি ৱিকিমিডিয়া ফাউণ্ডেছনৰ সৈতে আপোনাৰ ইমেইল ঠিকনা পঞ্জীয়ন কৰাৰ বাবে এই মেইলটো আপোনালৈ প্ৰেৰণ কৰা হৈছে। ভৱিষ্যতৰ নিৰ্বাচনী অধিসূচনাৰ অহা বন্ধ কৰিবলৈ, অনুগ্ৰহ কৰি আপোনাৰ ব্যৱহাৰকাৰীৰ নাম ৱিকিমিডিয়া ন’ মেইল লিষ্টত যোগ দিয়ক: <https://meta.wikimedia.org/wiki/Wikimedia_nomail_list>।