Template:Main Page/Wikimedia Foundation/as
ৱিকিমিডিয়া প্ৰতিস্থান হৈছে ড'মিন নামৰ সৈতে ৱিকিমিডিয়া চাৰ্ভাৰ, ল'গ' আৰু সকলো ৱিকিমিডিয়া প্ৰকল্প আৰু মিডিয়াৱিকিৰ ট্ৰেডমাৰ্কৰ অধিকাৰী সামগ্ৰিক অব্যৱসায়িক প্ৰতিস্থান। মেটা-ৱিকি হৈছে ৱিভিন্ন ৱিকিমিডিয়া ৱিকিবোৰৰ সমন্বয়ী ৱিকি।