নাৰীবাদ আৰু লোকগাথা ২০২২

This page is a translated version of the page Feminism and Folklore 2022 and the translation is 76% complete.
  • বেটুপাত
  • ২০২৪
  • ২০২৩
  • ২০২২
  • ২০২১
  • ২০২০
  • ২০১৯
  • কমন্স বেটুপাত
নাৰীবাদ আৰু লোকগাথালৈ স্বাগতম!


নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰকল্পটো হৈছে বিশ্বজুৰি লোকগাথা সম্বন্ধীয় মিডিয়াৰ সংগ্ৰহৰ বাবে ৱিকিমিডিয়া কমন্সত আয়োজিত ৱিকি লাভ্‌ছ ফকল’ৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ ৱিকিপিডিয়া সংস্কৰণ।

এই প্ৰতিযোগিতাৰ মূল লক্ষ্য হৈছে মানৱ সাংস্কৃতিক বিবিধতাৰ বিষয়ে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহত লেখা সংগ্ৰহ কৰা। এই বছৰ বিষয় হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক সংস্কৃতিৰ লগতে লৈংগিক ব্যৱধানৰ উন্নতি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিশ্বৰ সাংস্কৃতিক ঐতিহ্য আৰু লোকগাথাৰ মহিলাসকলৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাই এই প্ৰকল্পৰ উদ্দেশ্য।

Since 2019, we have been organizing a multilingual Wikipedia contest and chosen to place the project on meta allowing inter wikis, inter-lingual and inter-project cooperation, to foster the true aspect of our global wikilove movement. The articles provided must match the theme, which means that most users will be able to find several pertaining subjects close to the theme, whether festivals, dances, cuisine, clothing or daily life routine emphasizing on folk culture of that area. You are free to choose an article from our working list, or pick up a topic of your own provided it is in relation with the main theme and focusing on closing the gender gap. Intangible cultural heritage has different meanings for different groups thus it looks at enhancing content, helps with intercultural dialogue, and encourages mutual respect for other ways of life. It also brings forth cultural diversity knowledge for users consumption.

বিষয়বস্তু

এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধানৰ কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব।

লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোককাৰ্যকলা, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

সময়সীমা

১ ফেব্ৰুৱাৰী ২০২২ - ৩১ মাৰ্চ ২০২২

নিয়মাৱলী

বিস্তাৰিত প্ৰবন্ধ অথবা নতুন প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থাকিব লাগিব। প্ৰবন্ধসমূহ সম্পূৰ্ণৰূপে যান্ত্ৰিকভাৱে অনূদিত হ’ব নালাগিব। যান্ত্ৰিকভাৱে অনুবাদ কৰাৰ পাছত কপি-সম্পাদনা কৰা প্ৰয়োজনীয়। প্ৰবন্ধসমূহ ১ ফেব্ৰুৱাৰী ২০২১-ৰ পৰা ৩১ মাৰ্চ ২০২১-ৰ ভিতৰত বহলাব লাগিব অথবা সৃষ্টি কৰিব লাগিব। প্ৰবন্ধসমূহৰ বিষয়বস্তু নাৰীবাদ আৰু লোকগাথা বিষয়ক হ’ব লাগিব। নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব। প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব। প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।

পুৰস্কাৰ

Prizes for top contributors (International) (most articles):

  • প্ৰথম পুৰস্কাৰ: ৩০০ আমেৰিকান ডলাৰ
  • দ্বিতীয় পুৰস্কাৰ: ২০০ আমেৰিকান ডলাৰ
  • তৃতীয় পুৰস্কাৰ: ১০০ আমেৰিকান ডলাৰ
  • Consolation top 10 winners: ১০ USD each
  • There will also be local prizes for most created articles on each local Wiki project. More information on the project page

Jury Notice

অনুগ্ৰহ কৰি জুৰিৰ কাম সম্পূৰ্ণ কৰক আৰু ১৫ এপ্ৰিলৰ ভিতৰত ফলাফল ঘোষণা কৰক নহলে আপোনাৰ সম্প্ৰদায় পুৰস্কাৰ প্ৰাপ্ত কৰিবলৈ অযোগ্য হ'ব।