Indic Wikisource Community/Resource/PD author Assamese

Name Birth Death Works
অনন্ত কন্দলী ~১৬২০
কাতিৰাম দাস ১৮৩৫ ~১৯০০ কথা-চৰিত, ভাৱ চৰিত
কালীনাথ হাজৰিকা ~১৯৩০ আদিপাঠ (আগছোৱা), আদিপাঠ (মাজছোৱা), শুভংকৰী মৌখিক অংক, আদৰ্শ পুথি
হৰিহৰ বিপ্ৰ ১৪শ শতিকা বব্ৰুবাহ পৰ্ব্ব, লৱ-কুশৰ যুদ্ধ, তাম্ৰধ্বজৰ যুদ্ধ
শংকৰদেৱ ১৪৪৯ ১৫৬৮
মাধৱদেৱ ১৪৮৯ ১৫৯৬
দুৰ্গাবৰ ১৫শ শতিকা
গোপালদেৱ ১৫৪০ ১৬১১ জন্মযাত্ৰা, নন্দোৎসৱ, গোপী-উদ্ধৱ সংবাদ, সীতাৰ পাতাল প্ৰৱেশ
দৈত্যাৰি ঠাকুৰ ১৫৬৪ ১৬২২ শংকৰ-মাধৱ চৰিত, নৃসিংহ লীলা যাত্ৰা বা প্ৰহ্লাদ চৰিত্ৰ, স্যমন্ত হৰণ
অনিৰুদ্ধদেৱ ১৫৫৩ ১৬২৩
ৰঘূনাথ দাস মহন্ত ১৭০১ ? ১৭৯৯ ?
ৰাম সৰস্বতী ১৭শ শতিকা
গোপাল মিশ্ৰ ১৬শ শতিকা ১৭শ শতিকা ঘোষা-ৰত্ন, শঙ্খচূৃড় বধ
আত্মাৰাম শৰ্মা ১৭৮৭ ১৮৫৫ ধৰ্ম্মপুস্তক
মণিৰাম দেৱান ১৮০৬ ১৮৫৮ বুৰঞ্জীবিবেক ৰত্ন
আনন্দৰাম ঢেকিয়াল ফুকন ১৮১৯ ১৮৫৯ অসমীয়া লৰাৰ মিত্ৰ
ইলাইজা হুইটনি ব্ৰাউন ১৮০৭ ১৮৬১ ভূগোলৰ বিৱৰণ, গণনাৰ পুথি, সাধুৰ পুথি, গণনৰ অঙ্ক (২য় ভাগ)
কেফায়ৎ উল্লা (মুন্সী) ১৮৬৮ ৰঙিলীৰ পুথি
যাদুৰাম ডেকা বৰুৱা ১৮০১ ১৮৬৯
হলিৰাম ঢেকিয়াল ফুকন ১৮০২ ১৮৬৯
নিধি লেভি ফাৰৱেল ১৮২৭ ১৮৭৩ পদাৰ্থ বিদ্যাসাৰ, ভাৰতীয় দণ্ডবিধি
কাশীনাথ তামুলী ফুকন/ কাসিনাথ তামুলি ফুকন ১৮১০ ১৮৮০ আসাম বুৰঞ্জী
অলিভাৰ থমাছ কট্টাৰ ১৮১১ ১৮৮১
বলৰাম খাৰঘৰীয়া ফুকন ১৮৩১ ১৮৮২ হৰ্ষ-বিষাদ বিষয়ক ৰচনা, যোগ বাশিষ্ঠ ৰামায়ণৰ ভাঙনি, নাম গোৱা কবিতাৰ পুথি
দুৰ্গাকান্ত বৰুৱা ১৮৫৩ ১৮৮২ কপৌ-কপৌৱনীৰ বিলাপ
মাইলছ্‌ ব্ৰনছন ১৮১২ ১৮৮৩ অসমিয়া ইংৰাজি অভিধান
হেৰিয়েট বি এল কট্টাৰ ১৮১১ ১৮৮৩ Phrases in English and Assamese, Vocabulary and Phrases in English and Assamese
পদ্মহাস গোস্বামী ১৮৪৫ ১৮৮৩ (আগতেই) পদ্যমালা, অসমীয়া ল'ৰাৰ শিক্ষা সাৰ, ব্ৰাহ্ম ধৰ্ম কাক বোলে, ব্ৰাহ্ম ধৰ্মৰ লক্ষণ
চুচান ৱাৰ্ড ১৮২২ ১৮৮৪ ইংৰাজী অসমীয়া শব্দকোষ, ইংৰাজী অসমীয়া খণ্ডবাক্য, পাপ ক্ষমা পোৱা ছোৱালী, গুৰু আহিছে তোমাক মাতিছে, বাঁৰীৰ মিত্ৰ
নাথান ব্ৰাউন ১৮০৭ ১৮৮৬ বাইবেল, খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাত্ৰা, স্তুতিগান
আনন্দৰাম বৰুৱা ১৮৫০ ১৮৮৯
ৰমাকান্ত চৌধুৰী ১৮৪৬ ১৮৮৯ অভিমন্যু বধ, সীতাহৰণ
তাৰিণী দেৱী ১৮২৯ ১৮৯২ সত্ৰ-গীত
বিষ্ণুপ্ৰিয়া দেৱী ১৮৪০ ১৮৯২ নীতি কথা, সাধু কথা
লম্বোদৰ বৰা ১৮৬০ ১৮৯২ ল'ৰাবোধ, জ্ঞানোদয়
কৰুণাভিৰাম বৰুৱা ১৮৭৪ ১৮৯৩ প্ৰমীলা
দীননাথ বেজবৰুৱা ১৮১৩ ১৮৯৩ উৎকল খণ্ড, গুৰু চৰিত, বেজবৰুৱা বংশাৱলী, আচাৰ্য সংহতি, মহাজন, মিনতি
ৰত্নেশ্বৰ মহন্ত ১৮৬৪ ১৮৯৩ দ্ৰৌপদী হৰণ, কবিতাহাৰ,
গুণাভিৰাম বৰুৱা ১৮৩৪ ১৮৯৪ ৰাম-নৱমী, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত, অসম বুৰঞ্জী, কঠিন শব্দৰ ৰহস্য ব্যাখ্যা
ৰত্নধৰ বৰুৱা ১৮৬৪ ১৮৯৪ ভ্ৰমৰঙ্গ
বলদেৱ মহন্ত ১৮৫০ ১৮৯৫ উজু পাঠ- প্ৰথম ভাগ, আখ্যানমালা, আৰ্য্যাৱলী, বৰ্ণ শিক্ষা, উজুপাঠাৰ্থ, গণিতাঙ্কুৰ, বাৰভণী নামক বিষালী মন্ত্ৰ, আসাম বুৰঞ্জী, কাৰ্য্যপৰিচয়, গৃহমুকুৰ, কবিতাচন্দ্ৰিকা, হিতোপদেশ
গোবিন্দৰাম চৌধুৰী ১৮২৬ ১৮৯৬ সূতিকা পটল
হেমচন্দ্ৰ বৰুৱা ১৮৩৫ ১৮৯৬ আদি পাঠ, অসমীয়া ব্যাকৰণ, পাঠমালা, পঢ়াশলীয়া অভিধান, হেমকোষ, স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়, কানীয়াৰ কীৰ্ত্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, অসমীয়া ল'ৰাৰ ব্যাকৰণ
কৃষ্ণপ্ৰসাদ আগৰৱালা ১৮৭২ ১৮৯৭ ধৰ্ম্ম সঙ্গীত
ললিতচন্দ্ৰ গোস্বামী ১৮৪৫ ১৮৯৮ কেলি ৰহস্য
ৰুদ্ৰৰাম বৰদলৈ/ বড়দলৈ ১৮৩৬ ১৮৯৯ ৰত্নমণি, বঙাল-বঙালনী
গোপীনাথ চক্ৰৱত্ৰী ১৮১৩ ১৯০০ কলঙ্ক ভঞ্জন
পানীন্দ্ৰনাথ গগৈ ১৮৭১ ১৯০০ ল'ৰা শিক্ষা, গণনাৰ আদি পুথি, নীতিকথা, অসমীয়া ল'ৰাৰ ভূগোল
দুতিৰাম হাজৰিকা ১৮০৬ ১৯০১ কলিভাৰত বুৰঞ্জী, দিহিং সত্ৰৰ বুৰঞ্জী, ৰসিক পুৰাণ, বনিয়াসকল অসমলৈ অহাৰ বৃত্তান্ত
হৰকান্ত বৰুৱা সদৰামীন ১৮১৫ ১৯০২ হৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনী, অসম বুৰঞ্জী
কালিৰাম বৰুৱা ১৮৭৪ ১৯০৩ কাৰ্য্যশিক্ষা, ভূমি পৰিমাণ, গীত-গোবিন্দ
দত্তদেৱ গোস্বামী ১৮১৮ ১৯০৪ গোবিন্দ গুণমালা, শ্ৰীকৃষ্ণলীলামৃত, ধ্ৰুৱচৰিত, দক্ষযজ্ঞ
পদ্মনাথ শৰ্মা ১৮৮৭ ১৯০৬ ন-বোৱাৰী
হৰেশ্বৰ শৰ্মাবৰুৱা ১৮৭৫ ১৯০৬ কুসুম কুমাৰী
জগন্নাথ বৰুৱা ১৮৫১ ১৯০৭
মাধৱ চন্দ্ৰ বৰদলৈ ১৮৪৭ ১৯০৭ মাধৱ কন্দলীৰ ৰামায়ণ, দীপিকা ছন্দ
এ কে গাৰ্নি ১৮৪৫ ১৯১০ ইহুছয়াৰ আৰু বিচাৰকৰ্তাৰ পুথি, ৰুথ আৰু যোচেফৰ কাহিনী, কামিনীকান্তৰ চৰিত্ৰ, এলোকেশী বেশ্যাৰ বিষয়, পুৰণি নিয়ম
ইন্দিবৰ বৰুৱা ১৮২৯ ১৯১৪ জীৱনাদৰ্শ
লক্ষ্মীৰাম বৰুৱা ১৮৬৫ ১৯১৪ গীতাৱলী, সংগীতকোষ, সংগীত সাধনা
মাণিক চন্দ্ৰ বৰুৱা ১৮৫১ ১৯১৫
দেৱনাথ বৰদলৈ ১৮৭৩ ১৯১৬ হেমপ্ৰভা, বৈদেহী বিচ্ছেদ
হৰিবিলাস আগৰৱালা ১৮৪২ ১৯১৬ হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ আত্মজীৱনী (১৯৬৭)
পূৰ্ণকান্ত দেৱ শৰ্মা ১৮৫৬ ১৯২০ মধুমালতী, হৰধনুভংগ, হৰিশ্চন্দ্ৰ, হিতকথা, জ্ঞানাংকুৰ, নল চৰিত
ঘনশ্যাম চৌধুৰী ১৮৭০ ১৯২১ ডাক ভণিতা
গোবিন্দ দেৱমিশ্ৰ ১৮৪১ ১৯২৩ মালা প্ৰকাশ
ঘনশ্যাম বৰুৱা ১৮৬৭ ১৯২৩ ভ্ৰম-ৰঙ্গ
ফণিধৰ চলিহা ১৮৫৫ ১৯২৩ এটি আৰ্হি-চৰিত বা ৺ঘিণাৰাম বৰুৱা
ৰাধানাথ সন্দিকৈ ১৮৫৩ ১৯২৩
আব্দুল মজিদ ১৮৬৭ ১৯২৪ নিম্ন-প্ৰাইমেৰী পাঠ
যমুনেশ্বৰী খাটনিয়াৰ ১৮৯৯ ১৯২৪ অৰুণ, সাবিত্ৰী, ৰজা লিয়েৰ
সত্যনাথ বৰা ১৮৬০ ১৯২৫ গীতাৱলী, সাহিত্য বিচাৰ, সাৰথি, কেন্দ্ৰসভা, আকাশ ৰহস্য, চিন্তাকলি, বহল ব্যাকৰণ
সিংহদত্ত দেৱ অধিকাৰী ১৮৮৯ ১৯২৫ সাধু-চৰিত, ৰেণু, কবিতা লহৰী, গীতি-মালিকা, সাবিত্ৰী, আদৰ্শ পাঠ
ধনেশ্বৰ (ভৱকান্ত) ১৮২৭ ১৯২৭ দ্ৰৌপদীৰ সয়ম্বৰ, বালী বধ আৰু ৰাম-বিয়, বলিচলন, শঙ্কৰদেৱৰ উৰ্দ্ধঃ-অধঃ পুৰুষৰ সংক্ষিপ্ত বংশাৱলী
পদ্মাৱতী দেৱী ফুকননী ১৮৫৩ ১৯২৭ সুধৰ্ম্মাৰ উপাখ্যান, হিত-সাধিকা
বলিনাৰায়ণ বৰা ১৮৫২ ১৯২৭ ভাৰতবৰ্ষৰ বুৰঞ্জী, অসমীয়া প্ৰবচন
আদ্যনাথ ভট্টাচাৰ্য্য ১৮৪৭ ১৯২৭ সটীকানুবাদ জ্যোতিৰ্মালা বা জাতক প্ৰদীপ
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা ১৮৭০ ১৯২৮ ল'ৰা কবিতা, উজু কবিতা, ফুল, জ্ঞান-মঞ্জৰী, স্বাস্থ্যপাঠ, স্বপ্নপৰ্ব, সহজ চিকিৎসা, প্ৰাকৃতিক চিকিৎসা (প্ৰথমছোৱা), প্ৰাকৃতিক চিকিৎসা (দ্বিতীয়ছোৱা), মহৰী, নিগ্ৰো, গুৰু দক্ষিণা, কলিযুগ
হেমচন্দ্র গােস্বামী ১৮৭২ ১৯২৮
হেমচন্দ্ৰ গোস্বামী ১৮৭২ ১৯২৮ ফুলৰ চাকি, কথা গীতা, পুৰণি অসম বুৰঞ্জী, কামৰত্নতন্ত্ৰ, অসমীয়া সাহিত্যৰ চানেকি
ভোলানাথ দস ১৮৫৮ ১৯২৯ কবিতামালা- আগছোৱা, কবিতামালা- শেষছোৱা, সীতা হৰণ কাব্য, চিন্তা তৰংগিনী
হলিৰাম মেধি ১৮৫৩ ১৯২৯ হৰি প্ৰসঙ্গ, পৰিমিতি, সহজ পৰিমিতি, শ্ৰীকৃষ্ণ ৰুক্মিনীৰ বিবাহ
উপন্দ্ৰনাথ শৰ্মা ১৮৭৯ ১৯৩০ কবিতালতা, গদ্য প্ৰকাশ
ভাৰতচন্দ্ৰ দাস ১৮৬৫ ১৯৩০ স্যমন্ত-হৰণ, অভিমন্যু বধ, সৰল ক্ষেত্ৰ জ্যামিতি, কামৰূপী গীত, সাধু কথা, অসমীয়া খেতি
ভৈৰৱচন্দ্ৰ খাটনিয়াৰ ১৮৮৯ ১৯৩১
প্ৰতিভা দেৱী ১৯১১ ১৯৩২ কোকো ডাঙৰীয়া, খোৱা-বোৱা
মহেশ্বৰ বৰুৱা ১৮৪৩ ১৯৩২ হিতোপদেশ, দুই বুঢ়ীৰ সাধু, ধাতুকোষ
স্বৰ্ণলতা বৰুৱা (দেৱী) /স্বৰ্ণলতা ৰায় ১৮৬৯ ১৯৩২ আৰ্হি তিৰোতা
ভগৱতী প্ৰসাদ বৰুৱা ১৯০০ ১৯৩৩
শিৱনাথ ভট্টাচাৰ্য্য ১৮৬৩ ১৯৩৩ আসাম ভূগোল, পঢ়াশালিৰ অসমীয়া ব্যাকৰণ, পাটীগণিত, কাৰ্য্য প্ৰবেশ
নাৰায়ণ চন্দ্ৰ বৰুৱা ১৮৬৮ ১৯৩৩ কৃষিতত্ব, কৃষি বচন, কৃষিদৌল, ভাল খেতি
আনন্দ চন্দ্ৰ আগৰৱালা ১৮৭৪ ১৯৩৪ জিলিকনি, অসমীয়া আদি পাঠ, কোমল পাঠ, ধৰ্ম সংগীত, গোৱালপাৰাৰ পুৰণি বিৱৰণ
লক্ষ্মীধৰ শৰ্মা ১৮৯৯ ১৯৩৪ ব্যৰ্থতাৰ দান, দেশৰ কথা, জীৱন স্মৃতি
লক্ষ্মীধৰ শৰ্মা ১৮৯৭ ১৯৩৪ ব্যৰ্থতাৰ দান, জীৱন স্মৃতি, প্ৰজাপতিৰ ভুল, হৃদয়ৰ মূল্য
কনকলতা চলিহা ১৯০৩ ১৯৩৫
ৰমাকান্ত বৰকাকতী ১৮৬০ ১৯৩৫ ভ্ৰমৰঙ্গ
কমলাকান্ত ভট্টাচাৰ্য্য ১৮৫৩ ১৯৩৬ চিন্তানল, চিন্তাতৰংগ, কঃ পন্থা
গুঞ্জানন বৰুৱা ১৮৬০ ১৯৩৬ ভ্ৰম-ৰঙ্গ
নবীন চন্দ্ৰ বৰদলৈ ১৮৭৫ ১৯৩৬ গৃহলক্ষ্মী, কৃষ্ণলীলা, তৰুণ কাঞ্চন, প্ৰশান্ত শান্তি, অনিতা গেৰিবল্ডি,
পবিত্ৰপ্ৰাণ চাংকাকতি ১৯১৪ ১৯৩৬ অসীমৰ বীণ
চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ ১৯৩৭ প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰামৃত (১৯৬৭)
বিক্ৰীৰাম পাঠক ১৮৬৫ ১৯৩৭ কৃষ্ণলীলা
গণেশ গগৈ ১৯০৭ ১৯৩৮ পাপৰি, স্বপ্ন ভংগ, শকুনিৰ প্ৰতিশোধ
মতিৰাম পণ্ডিৰ বৰদলৈ ১৮৩৫ ১৯৩৮ অসমীয়া পঞ্জিকা
লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৪ ১৯৩৮ লিটিকাই, কামত কৃতিত্ব লভিবৰ সংকেত, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, পদুমকুঁৱৰী, সুৰভি, কৃপাবৰ বৰুৱাৰ ওভতনি, দীননাথ বেজবৰুৱাৰ জীৱন চৰিত, শঙ্কৰদেৱ, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, চিকৰপতি-নিকৰপতি, নোমল, পাঁচনি, জোনবিৰি, শ্ৰীশ্ৰীশংকৰদেৱ-মাধৱদেৱ, বাখৰ, জয়মতী, বেলিমাৰ, চক্ৰধ্বজ সিংহ, সাধু কথাৰ কুকি, জুনুকা, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰ্বুৰণি, কদমকলি, পদুমকলি
শ্যামলাল চৌধুৰী ১৮৫৯ ১৯৩৮ ভূমিকম্প
তৰুণৰাম ফুকন ১৮৭৭ ১৯৩৯ স্তুতিমালা, যৌনতত্ত্ব, চিকাৰ কাহিনী, নিংনি ভাৱৰীয়াৰ গীত
হিতেশ্বৰ বৰবৰুৱা ১৮৭৬ ১৯৩৯ ঢোপাকলি, মালচ, চকুলো, কমতাপুৰ ধ্বংস, তিৰোতাৰ আত্মদান, যুদ্ধক্ষেত্ৰত আহোম ৰমণী, বিৰহিণী বিলাপ, আভাস, ডেচডিমোনা, আহোমৰ দিন
কনকলাল বৰুৱা ১৮৭২ ১৯৪০
জ্ঞানানন্দ জগতী ১৮৭২ ১৯৪০ সাধু কথাৰ জোলোঙা, পটেশ্বৰীৰ প্ৰথম চুমা, ঘৈণী পৰীক্ষা
ৰজনীকান্ত বৰদলৈ ১৮৬৭ ১৯৪০ মিৰি-জীয়ৰী, মনোমতী, ৰঙিলী, ৰাধা-ৰুক্মিণীৰ ৰণ, নিৰ্মল ভকত, দন্দুৱা দ্ৰোহ, ৰহদৈ লিগিৰী, থাম্বা-থুইবী, তাম্ৰেশ্বৰী মন্দিৰ, জ্ঞান সোপান
ৰূপেশ্বৰ বুজৰবৰুৱা ১৮৭২ ১৯৪০ শিশু-চিকিৎসা, গো-চিকিৎসা, স্ত্ৰী-চিকিৎসা, দ্ৰব্যগুণ
লোকনাথ শৰ্মা ১৮৭০ ১৯৪০ নিত্যকৰ্ম্ম-পদ্ধতি, অসমীয়া ব্যাকৰণ
বিষয় চন্দ্ৰ বিশ্বাসী ১৮৮২ ১৯৪১ শিশু পাঠ, শিশু সোপান, পদ্যাৱলী, সোণতৰা, কাব্যহাৰ, শান্তি, জিৰণি,নক্সা, কাব্যলতা, সাহিত্য সোপান, জেউতি, আবেগ, জিলিকনি, জ্ঞানমালিনী, দুৰ্গাবৰী, মণিকূট
সিদ্ধেশ্বৰ গোহাঞি ১৮৯০ ১৯৪১ কবিতা নিজৰা
অমৃতভূষণ দেৱ অধিকাৰী ১৮৫৮ ১৯৪২ শ্ৰীমন্নাম ঘোষা
দুৰ্লভচন্দ্ৰ দাস ১৮৮০ ১৯৪২ দুৰ্লভ প্ৰেম সংগীত
থানেশ্বৰ হাজৰিকা ১৮৯৮ ১৯৪৩ দীন-দুখী, বব্ৰুবাহন
হৰিপ্ৰসাদ ব্ৰহ্মচাৰী ১৮৮৫ ১৯৪৩ জাতি উন্নতি, পৰমাত্মা স্বৰূপ
ময়িদুল ইছলাম বৰা ১৮৯৯ ১৯৪৪
শৰৎচন্দ্ৰ গোস্বামী ১৮৮৭ ১৯৪৪ গল্পাঞ্জলি, ময়না, বাজিকৰ, পৰিদৰ্শন, পানিপথ, পৰীক্ষা
বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য্য ১৮৬৫ ১৯৪৫ ৰমণী গাভৰু, চিত্ৰাংগদা, The pronouncing Anglo-Assamese dictionary
হেমচন্দ্ৰ বৰুৱা (ত্যাগবীৰ) ১৮৯৩ ১৯৪৫
হেমপ্ৰভা দাস ১৮৮৬ ১৯৪৫ শ্বেক্সপীৰেৰৰ গল্প, সজ কথা
অমূল্য বৰুৱা ১৯২২ ১৯৪৬ অচিনা
কমলালয়া কাকতি ১৮৯৪ ১৯৪৬
পদ্মনাথ গােহাঞি বৰুৱা ১৮৭১ ১৯৪৬ বাণৰজা, শ্ৰীকৃষ্ণ, নীতিশিক্ষা, মহাৰাণী, আদি শিক্ষা, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ, জীৱনী সংগ্ৰহ, ভূগোল দৰ্পণ, দেশী কছৰত্, শিক্ষাবিধি
সৰ্বেশ্বৰ (শৰ্মা) কটকী ১৮৯২ ১৯৪৬ মূৰলী, তত্ত্ব আৰু তথ্য, সত্যনাথ বৰাৰ জীৱন চৰিত, হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত, অসমীয়া সাহিত্য সম্পদ, ৰাস ক্ৰীড়া, ত্ৰিবেণী, অসমীয়া প্ৰাচীন লিপি, অসমৰ প্ৰাচীন তত্ত্ব, অসমৰ পুৰাতত্ত্ব আৰু স্থাপত্য ধ্বংসাৱশেষ, শিলৰ ফলি, অসমীয়া ভাষাৰ সংকেত
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ১৮৮১ ১৯৪৭
লোহিতচন্দ্ৰ নায়ক ১৮৬৮ ১৯৪৭ জীৱন সোঁৱৰণী
নিকুঞ্জলতা চলিহা ১৮৭৭ ১৯৪৮ স্তুতিমালা, দক্ষিনায়ন, শিশু মনৰ বিচিত্ৰতা, শান্তিদূত, বুনিয়াদী ৰাষ্ট্ৰীয় শিক্ষা, বাপুৰ আশীৰ্বাদ
ৰজনীকুমাৰ পদ্মপতি ১৮৬৬ ১৯৪৮ পুৰণি অসমত এভুমুকি
হিমলা বৰুৱানী ১৮৭৭ ১৯৪৮ বিননি
আজলীতৰা নেওগ ১৯১৩ ১৯৪৯ আলিবাবা আৰু দুকুৰি ডকাইন, সিন্দবাদ আৰু সাতোটি জলযাত্ৰা, আলাউদ্দিন আৰু এটা আচৰিত চাকি, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা,
দুৰ্গানাথ চাংকাকতি ১৮৭০ ১৯৪৯
পজিৰুদ্দিন আহমদ ১৯৪৯ গুলেনাৰ, সিন্ধু বিজয়
বৃন্দাবন চন্দ্ৰ গোস্বামী ১৮৫৫ ১৯৪৯ বিসৰ্জন, ঠানবাপু
গোপীনাথ বৰদলৈ ১৮৯০ ১৯৫০ শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, গান্ধীজী, তৰুণৰাম ফুকন
লক্ষ্মীনাৰায়ণ দাস ১৯১৯ ১৯৫০ চণ্ডা, বৈৰাগীৰ আত্মকথা, যৌৱনৰ বাণী, পাৰ্ছিউছ্‌, মেক্‌বেথ, ভৈলংগ স্বামী
ললিতকুমাৰ বৰুৱা ১৯০০ ১৯৫০ মাতৃ মংগল, শিশু মংগল, প্ৰসূতি কল্যাণ, যক্ষ্মা ৰোগ আৰু তাৰ প্ৰতিকাৰ, ধাত্ৰী শিক্ষা, জন্ম নিয়ন্ত্ৰণ, স্বাস্থ্য-বিজ্ঞান, গৃহ পৰিচৰ্যা, ল'ৰাৰ জৱাহৰলাল, মইনাৰ মহাভাৰত, স্বামী বিবেকানন্দ, মহাপুৰুষ মাধৱদেৱ, মহামুনি বুদ্ধ, ইউৰোপৰ বাটত, ডাৱৰৰ আঁৰে আঁৰে, ককাইদেউলৈ মুকলি চিঠি, ইলা ভনীটিলৈ মুকলি চিঠি (তিনি খণ্ড)
হলিৰাম মহন্ত (ঠাকুৰ) ১৮৪৬ ১৯৫০ বিশ্বদৰ্পণ, গা ভালে ৰাখিবৰ সহজ উপায়, আত্মা পৰিচয়, শঙ্কৰ চৰিত, ঠাকুৰ আতা, ফকৰাৰ পুথি, শঙ্কৰদেৱৰ গুৰুধৰ্ম, হিন্দু ধৰ্ম সাৰ, নীতি সোপান, শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীমদ্ভগৱদ গীতা, ভক্তি ৰত্নাকৰ, প্ৰসঙ্গ প্ৰণালী, যুগল পুথি, বৰ্ণমালা
কমলানন্দ ভট্টাচাৰ্য্য ১৮৯৪ ১৯৫১ বাউলী, নগা কোঁৱৰ, অৱসান, চিত্ৰাঙ্গদা
জ্যোতিপ্ৰসাদ আগৰৱালা ১৯০৩ ১৯৫১ চন্দ্ৰকুমাৰ আগৰৱালা (১৯৬৭), ৰূপালীম, লভিতা, শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী
দেবৰাজ ৰায় ১৮৬১ ১৯৫১ আত্ম-জীৱনী
ধনেশ্বৰ শৰ্মা ১৮৫৩ ১৯৫১ ৰণচণ্ডী, ঊষা, মায়ামন্ত
উমাকান্ত গোস্বামী ১৮৯৭ ১৯৫১ সমবায়
ৰামেশ্বৰ বৰুৱা ১৮৮২ ১৯৫১ তামোল নোখোৱা সম্প্ৰদায়, অসমৰ থান সত্ৰৰ পৰিচয়, শ্ৰীশ্ৰী শংকৰদেৱৰ বাণী
কীৰ্তিনাথ শৰ্মা বৰদলৈ ১৮৭৮ ১৯৫২ লুইত কোঁৱৰ, সুৰ বিজয়, বাসন্তীৰ অভিষেক, মেঘাৱলী, সুৰ সংগ্ৰহ, অসমীয়া সুৰ পৰিচয়, কামৰূপীয়া সংগীত (প্ৰায়বোৰৰে সহ-লেখক মুক্তিনাথ বৰদলৈ)।
বাণীকান্ত কাকতি ১৮৯৪ ১৯৫২ পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, পখিলা,
ৰাধাকান্ত সন্দিকৈ ১৮৪৭ ১৯৫২ পদাৰ্থ বিজ্ঞান, মূলা গাভৰু
তুলসী নাৰায়ণ শৰ্মা ১৮৯৯ ১৯৫২ সজ আচৰণ, বিয়াৰ উপহাৰ
উপেন্দ্ৰনাথ বৰুৱা ১৮৫৯ ১৯৫৩ ইংৰাজী অসমীয়া শব্দমালা, চৰিতাৱলী, সাধু কথা, শ্লোকমঞ্জৰী, সন্তানৰ শিক্ষা, ইন্দীবৰ বৰুৱা
উমেশচন্দ্ৰ চৌধাৰী ১৮৯৮ ১৯৫৩ প্ৰতিধ্বনি, দেৱধ্বনি, অমৃত মন্থন, ত্ৰিবেণী, মন্দাকিনী, পঞ্চামৃত
তাৰানাথ চক্ৰৱৰ্তী ১৮৮০ ১৯৫৩ বেউলা, ৰাজবল্লভ
কালিৰাম মেধি ১৮৭৮ ১৯৫৪ অসমীয়া ভাষাৰ মূল, অসমীয়া ব্যকৰণ আৰু ভাষাতত্ত্ব, প্ৰহ্লাদ চৰিত্ৰ (সম্পাঃ), অঙ্কাৱলী, মহাপুৰুষ শঙ্কৰদেৱৰ বাণী, অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান, বীজগণিত, অসমীয়া নাট, হেলীৰ নেজাল তৰা, গৌৰৱ, লিখাৰ সঁজুলি, তপ, পৃথিৱী, সূৰ্য্য
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী ১৮৭৫ ১৯৫৪ সাধু কথা, সন্ধিয়াৰ সাধু
যাদৱ দেৱশৰ্মা ১৯১১ ১৯৫৪ দ্ৰব্যগুণ দৰ্পণ, বনফুল, ভট্টদেৱ, অতীত মাধুৰী, সপ্তপৰ্ণা, তিৰোতাৰ গৰ্ভাৱস্থাৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ, দামোদৰদেৱ
প্ৰভাত চন্দ্ৰ অধিকাৰী ১৯০০ ১৯৫৪ দোহাৱলী, কৃষ্ণকুমাৰী
অমৃতপ্ৰিয়া দেৱী ১৮৮৩ ১৯৫৫
জ্ঞানদাভিৰাম বৰুৱা ১৮৮০ ১৯৫৫ ভেনিচৰ সাউদ, মোৰ কথা সাহিত্য কথা, বিলাতৰ চিঠি, পঞ্চৰত্ন, দদাইৰ পঁজা
দণ্ডিনাথ কলিতা ১৮৯০ ১৯৫৫ সংস্কৃত নাটকৰ সাধু, সতী-কাহিনী, অকণিৰ ৰামায়ণ, ৰহঘৰা, ৰগৰ, বহুৰূপী, আত্মানন্দৰ আত্মজীৱনী, পোহনীয়া কুকুৰ, পৰাচিত, কীচক বধ, অসম সন্ধ্যা, কবিতাৰ পুথি দীপ্তি, বীণাৰ ঝংকাৰ, অগ্নিপৰীক্ষা, সতীৰ তেজ, বীৰ চিলাৰায়, মুক্তিৰ অভিযান, নগৰৰ বিহুতলী, পৰিচয়, কৰ্মবীৰ চন্দ্ৰনাথ, গোহাঞিবৰুৱা, ফুল, গণবিপ্লৱ, সাধনা, পৰিচয়, অদৃষ্ট, আৱিষ্কাৰ, হত্যাকাৰী কোন, সাতসৰী, প্ৰদীপ, সাহিত্য মুক্তাৱলী
বেণুধৰ ৰাজখোৱা ১৮৭২ ১৯৫৫ অসমীয়া খণ্ডবাক্য কোষ, চন্দ্ৰ সম্ভৱ, পঞ্চ কবিতা, ঝীৱন সন্ধিয়া, দেহাৰ প্ৰলয়, দশগীত, সৰু লৰাৰ গান, ডেকা-গাভৰু, সেউতি কিৰণ, অসমীয়া ভাই, দৰবাৰ, দুৰ্যোধনৰ উৰুভঙ্গ, কলিযুগ, বাঁহী, দক্ষযজ্ঞ, কুৰি শতিকাৰ সভ্যতা, লখিমী তিৰোতা, অশিক্ষিতা ঘৈণী, বিপ্ৰ দামোদৰ, তিনি-ঘৈণী, চোৰৰ সৃষ্টি, যমপুৰী, টোপনিৰ পৰিণাম, মহাসতী জয়মতী, পুনৰুত্থান, বিহু, মোৰ জীৱন দাপোন
ধনাই বৰা ১৮৭২ ১৯৫৬ আদি পুথি, সৰল মৌখিক গণনা, ল'ৰাবোধ, পৰিমিতি, সাহিত্য কণিকা, কবিতা চন্দ্ৰিকা, মোৰ জীৱন যাত্ৰাৰ কথা
যাদৱচন্দ্ৰ দাস ১৮৮৭ ১৯৫৬ সত্ৰ পৰিচয়
শিৱনাথ বুজৰবৰুৱা ১৮৮০ ১৯৫৬ লঘু ৰত্নমালা, দায়-কৌমুদীৰ টীকা, আচাৰ-বিজ্ঞান, হিন্দু ধৰ্মৰ চমু আভাস, বৈষ্ণৱ ধৰ্ম, অশৌচ বিজ্ঞান, অৱতাৰবাদ, প্ৰায়শ্চিত্ত বিধান, বিধৱা বিবাহ খণ্ডন
হৰমোহন দাস ১৮৯০ ১৯৫৭ শ্ৰীকৃষ্ণ, শ্ৰীক্ষেত্ৰ, মহাপুৰুষ, জন্মোৎসৱ, শ্ৰীমন্ত শঙ্কৰৰ একশৰণ নামধৰ্ম, মিনতি, নীতি, জন্মাষ্টমী, শ্ৰীমন্ত শঙ্কৰ, শ্ৰীমন্ত শঙ্কৰৰ অৱদান, মানৱ জ্যোতি, সাহিত্যতত্ত্ব, পঞ্চতীৰ্থ, অদ্ভুত গল্প, সাধু বুদৰাম মহন্ত,
পূৰ্ণকান্ত বুঢ়াগোহাঞি ১৮৯০ ১৯৫৮ অহমৰ আদি বুৰঞ্জী, পাত্‌কাইৰ সিপাৰে ন বছৰ
মফিজুদ্দিন আহমদ হাজৰিকা ১৮৭০ ১৯৫৮ জ্ঞান মালিনী, মালিনীৰ বীণ, তত্ত্ব পাৰিজাত (পোৱা নাযায়)
হৰিনাৰায়ণ দত্তবৰুৱা ১৮৮৫ ১৯৫৮ প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত, পুষ্পাৱলী, চিত্ৰদৰ্শন, ভাৰত দৰ্শন, অসমীয়া মহাভাৰত, চিত্ৰ ভাগৱত, শংকৰ বাক্যামৃত, শংকৰদেৱৰ বাণী আৰু অন্যান্য, ভক্তিবিবেক, ৰাম সৰস্বতীৰ অসমীয়া মহাভাৰত, মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ, দ্বাদশ স্কন্ধ ভাগৱত
কোহিৰাম দাস ১৮৮২ ১৯৫৯ ভাৰতৰ ধৰ্মগুৰুসকল, হজৰত মহম্মদৰ জীৱন চৰিত
ভৱানন্দ দত্ত ১৯১৫ ১৯৫৯ ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, দৃষ্টি আৰু দৰ্শন
দেৱেশ্বৰ শৰ্মা ১৮৮৭ ১৯৫৯ গল্প মালিকা
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ১৮৮৭ ১৯৬০ শ্ৰীবৎস-চিন্তা, ৰণ-জেউতি, সিংহাসন, ক্ৰিচেনথিমাম, গীতালী, সপ্তপৰ্ণ, কেতেকী, চিন্তামণি, চন্দ্ৰমল্লিকা, অসমীয়া ভাষা প্ৰশিক্ষণ
ধৰ্মেশ্বৰী দেবী বৰুৱানী ১৮৯২ ১৯৬০ ফুলৰ শৰাই, প্ৰাণৰ পৰশ, অশ্ৰুধাৰা, জীৱনতৰী, অশ্ৰুধাৰা, জীৱনধাৰা (১৯৬৪)
ব্ৰজনাথ শৰ্মা ১৮৯৪ ১৯৬০ বিপ্লৱী
অমৃতলাল শৰ্মা ১৮৮১ ১৯৬১ সত্য সংগ্ৰহ, নাম মঞ্জৰী, হিন্দুৰ পাপ আৰু প্ৰায়শ্চিত্ত, যদুপতি শ্ৰীকৃষ্ণ, সন্ধ্যা গায়ত্ৰী, মানৱ ৰহস্য
চন্দ্ৰধৰ বৰুৱা ১৮৭৪ ১৯৬১ মেঘনাদ বধ, ভাগ্য পৰীক্ষা, তিলোত্তমা সম্ভৱ, ৰাজৰ্ষি, পুনৰ্জন্ম, মোগল বিজয়, আহোম সন্ধ্যা, ৰত্নকোষ (প্ৰথম খণ্ড), ৰত্নকোষ (দ্বিতীয় খণ্ড), মুক্তাৱলী, ৰঞ্জন, কামৰূপ জীয়াৰী, বিদ্যুদ্বিকাশ, শান্তি
দুৰ্গেশ্বৰ শৰ্মা ১৮৮৫ ১৯৬১ অঞ্জলি, নিবেদন, পাৰ্থ পৰাজয়, চন্দ্ৰাৱলী, বালী বধ, পদ্মাৱতী
শশীভূষণ ফৌজদাৰ ১৮৮৩ ১৯৬১ কবিতা কুঁহি, আখৰমালা, বিজনী ৰাজ্যৰ সংক্ষিপ্ত বুৰঞ্জী, বন্দনা গীতি, পুষ্পাঞ্জলি, আশাৰ সপোন, অনাখিনী, পবিত্ৰ ছাত্ৰ জীৱনৰ স্মৃতি, জীৱন তৰী, কোচ ৰাজবংশী ক্ষত্ৰিয়ৰ ইতিবৃত্ত, ভক্তি চৰিত্ৰামৃত
স্বামী কৃষ্ণপুৰী পৰিব্ৰাজক (আদিত্য মোহন দাস) ১৮৯৯ ১৯৬১ আদিত শিক্ষা, ব্ৰহ্মচৰ্য‍বোধ, বিশুদ্ধ শ্ৰীশ্ৰীভগৱান গীতা, শ্ৰীশ্ৰীশঙ্কৰদেৱ স্তোত্ৰ ৰত্নাৱলী, অমৃত ঘোষা, ব্ৰহ্মবাণী, কৌৰৱ গীতা, মন বোধিনী গীত, দুষ্টামি পুৰাণ, মহাকাব্য, লক্ষ্মী কাহিনী, দুৰ্গা কহৈনী, সৰস্বতী কাহিনী, মুঠাগীত, পিতৃ-মাতৃ তৰ্পণ বা শ্ৰাদ্ধ, প্ৰাৰ্থনা, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, পাচতি বা নন্দ উৎসৱ,সাগৰ মন্থন যাত্ৰা, সৰুগীত, বালিৰ নাম বা ৰাসক্ৰীড়া নাম, ভক্তি-মণি-মালা, ভক্তি-প্ৰেমমালা, বেদবাণী, শ্ৰীশ্ৰীঘোষামৃত, নাম-কীৰ্তন, আইৰ নাম, বাৰগোপাল ওলোৱা-গীত, দৌল যাত্ৰা, পাঠসেৱা, নিয়মাৱলী বা আইন, প্ৰথমখণ্ড নিষ্পতি, ভক্তি বাৰ্তা, অভেদ কৱচ, টংকাৰী জাতিৰ ইতিবৃত্ত, শ্ৰীশ্ৰীশঙ্কৰদেৱৰ অষ্টোত্তৰ শতনাম
পীতাম্বৰ দেৱগোস্বামী ১৮৮৫ ১৯৬২ বলিছলন, ঘোষ যাত্ৰা, প্ৰহ্লাদ চৰিত্ৰ, ৰাম বনবাস, যুধিষ্ঠিৰৰ অধ্বমেধ যজ্ঞ
প্ৰতাপচন্দ্ৰ গোস্বামী ১৮৮৪ ১৯৬২ দ্বাদশ প্ৰবন্ধ, চৈতন্যদেৱ, জীৱন স্মৃতি আৰু প্ৰাচীন কামৰূপী সমাজ (১৯৭১)
ভাৰত দাস ১৮৮৫ ১৯৬২ শিল্প সংকেত
মলিন বৰা ১৯০৬ ১৯৬২ সুৰৰ কবিতা
হলীৰাম ডেকা ১৯০১ ১৯৬২ অলকালৈ চিঠি, অৰুণালৈ চিঠি (১৯৬৭), যৎকিঞ্চিৎ
দৰ্পনাথ শৰ্মা ১৯০৮ ১৯৬২ কৰবী, ইন্দ্ৰমালতী
অম্বিকাপ্ৰসাদ গোস্বামী ১৮৯৫ ১৯৬৩ তাৰা
কাশীনাথ বৰ্মন ১৮৯৫ ১৯৬৩ নাৰীৰত্ন, অমৰ কাহিনী, গল্প লহৰি, শান্তি দূত, পুৰুষ ৰত্ন, দেশ-বিদেশৰ সাধ সংগ্ৰহ, অসমৰ বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱাচাৰ্য্যসকলৰ চমু জীৱনী, কিৰাট অৰ্জুন, অতুল পাঠ
নাৰায়ণ দেৱমিশ্ৰ ১৮৭৭ ১৯৬৩ নামঘোষাৰ তত্ত্বাৰ্থ প্ৰকাশ
প্ৰেমধৰ দত্ত ১৯২৬ ১৯৬৩ শিয়ালৰ শিং, ৰং বিৰং, সাজি কোৱা নাই, ভেকোভাওনা, ন কথা, শংকৰদেৱৰ সাধু
ৰত্নকান্ত বৰকাকতী ১৮৯৭ ১৯৬৩ আলাপ, মহাত্ম গান্ধীৰ স্বৰাজ, শেৱালি, তৰ্পণ, আমাৰ লিপি প্ৰশ্ন, চন্দ্ৰহাৰ, অলকা
পাৰ্ৱতি প্ৰসাদ বৰুৱা ১৯০৪ ১৯৬৪ সোণৰ সোলেং, লখিমী, ভঙা টোকাৰীৰ সুৰ, গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল
বিৰিঞ্চি কুমাৰ বৰুৱা ১৯০৮ ১৯৬৪ জীৱনৰ বাটত, সেউজী পাতৰ কাহিনী, পট পৰিৱৰ্তন, আঘোণী বাই, ছুইজাৰলেণ্ড ভ্ৰমণ, প্ৰফেচাৰ বৰুৱাৰ চিঠি, অসমৰ লোক-সংস্কৃতি, অসমীয়া কথা সাহিত্য, কাব্য আৰু অভিব্যঞ্জনা, অসমীয়া ভাষা, অসমীয়া ভাষা আৰু সংস্কৃতি
যতীন্দ্ৰনাথ দুৱৰা ১৮৯২ ১৯৬৪ কথা কবিতা, বনফুল, ওমৰতীৰ্থ, আপোনসুৰ, মিলনৰ সুৰ
ৰাধানাথ ফুকন ১৮৭৫ ১৯৬৪ বেদান্ত দৰ্শন, শ্ৰীমদ্ভাগৱদ্‌গীতা, কথাৰে উপনিষদ, বিজ্ঞানৰ সিপাৰে, জন্মান্তৰৰ ৰহস্য, সাংখ্য দৰ্শন
সূৰ্য্যকুমাৰ ভূঞা ১৮৯৪ ১৯৬৪ গোপাল কৃষ্ণ গোখলে, নিৰ্মালি, আহোমৰ দিন, ভানুনন্দনৰ জয়মতী উপাখ্যান, আনন্দৰাম বৰুৱা, ৰবীন্দ্ৰনাথ ঠাকুৰ, পঞ্চমী, জোনাকী, চানেকি, অসম জীয়াৰী, ৰমণী গাভৰু, কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, বুৰঞ্জীমূলক প্ৰৱন্ধাৱলীৰ তালিকা, মীৰজুমলাৰ অসম আক্ৰমণ, দেওধাই অসম বুৰঞ্জী, কছাৰী বুৰঞ্জী, হৰকান্ত বৰুৱাৰ অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী
দেৱেন্দ্ৰনাথ চক্ৰৱৰ্তী ১৯০২ ১৯৬৫ মিলন-ছন্দ, পঞ্চকন্যা, দুখুনী অসম, ফুলৰ মেল, কেতেকীৰ জয়
প্ৰেমনাৰায়ণ দত্ত ১৮৯৯ ১৯৬৫
ৰাজমোহন নাথ ১৮৯৯ ১৯৬৫ বীৰ চিলাৰায়, নাম ধৰ্মৰ বৈজ্ঞানিক তত্ত্ব, গৌৰৱময় অসম, নাথ যোগীতত্ত্ব, কন্দলী ৰাজ্য, শ্ৰীশ্ৰী শঙ্কৰদেৱৰ বৰগীত, শ্ৰীশ্ৰী মাধৱদেৱৰ বৰগীত, শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত,
মহীচন্দ্ৰ বৰা ১৮৯৪ ১৯৬৫ মাণিক, শান্তি শতক, উকীলৰ জন্ম ৰহস্য
কুমুদেশ্বৰ বৰঠাকুৰ ১৮৯৩ ১৯৬৬ মেঘদূতম, বেদবাণী, ছেক্সপীয়েৰ, কোঁঅৱৰ ভকত, ঝাঁসীৰ ৰাণী লক্ষ্মীবাই, ভগতৰ ভগৱান, ওহালি
গৌৰীকান্ত তালুকদাৰ ১৮৮৫ ১৯৬৬ পুৰণি কামৰূপৰ ক্ষত্ৰিয় জাতি, হিন্দুৰ ধৰ্মানুষ্ঠান পদ্ধতি, গীতাৰ অসমীয়া ভাঙনি, হিন্দুৰ দৃষ্টিত জীৱনৰ লক্ষ্য
ডিম্বেশ্বৰ নেওগ ১৮৯৯ ১৯৬৬ আকুল পথিক, মালিকা, ফাগুণী, ডাক ভণিতা, নামতি, কুণ্ডিল কুঁৱৰী, থুপিতৰা, মালতী, ভোতাৰজা, পুতলী, বিহুৱতী, ইন্দ্ৰধনু, শিশুলীলা, ৰাসক্ৰীড়া, দীপাৱলী, অকাল বসন্ত, কামৰূপ, আধুনিক অসমীয়া বুৰঞ্জী, অসমীয়া সাহিত্যৰ জিলিকনি, মেঘদূত, বিজ্ঞানৰ আগকথা, যুগনায়ক শঙ্কৰদেৱ,
মহাদেৱ শৰ্মা ১৮৮৬ ১৯৬৬ বুদ্ধদেৱ, মহম্মদ চৰিত, যীশু চৰিত, ৰামকৃষ্ণ পৰমহংস, কস্তুৰবা গান্ধী, ঊপনিষদৰ বাণী, পুৰাণৰ উপাখ্যান
মৌলানা তৈয়বুল্লা ১৮৯৪ ১৯৬৬ কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট
অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ ১৯৬৭ তুমি, বীণা, জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ উপায়, ডেজা-ডেকেৰীৰ বেদ, স্বাধীন পঞ্চায়ত ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক আঁচনি, বন্ধো কি ছেন্দেৰে, স্থাপন কৰ, জয়দ্ৰথ বধ, বেদনাৰ উল্কা, দেশেই ভগৱান, কল্যাণময়ী
দৈৱচন্দ্ৰ তালুকদাৰ ১৯০০ ১৯৬৭ ধুঁৱলী-কুঁৱলী, দুনীয়া, অপূৰ্ণ, আগ্নেয়গিৰি, বিদ্ৰোহী, আদৰ্শপীঠ, কুঁহিমলা, প্ৰেমপত্ৰ, সৌন্দৰ্য্য
ৰঘুনাথ চৌধাৰী ১৮৭৯ ১৯৬৭ সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা, মনাই ব'ৰাগী, পচতিয়া
হীৰাৱতী গোহাঞি বৰুৱা ১৮৯০ ১৯৬৭
হীৰাৱতী গোহাঞিবৰুৱানী ১৮৯০ ১৯৬৭ ফুলকলি
অন্নদা দেবী বৰকটকী ১৮৮১ ১৯৬৮ নামাঞ্জলি, বিয়ানাম
জ্ঞাননাথ বৰা ১৮৯০ ১৯৬৮ যুগতত্ত্ব, নতুন পৃথিৱী, পুৰণি অসমীয়া সাহিত্য, আধুনিক অসমীয়া সাহিত্য, অসমত বিদেশী
নকুলচন্দ্ৰ ভূঞা ১৮৯৫ ১৯৬৮
ৰোহিনীকান্ত বৰুৱা ১৯১০ ১৯৬৮ বিজ্ঞানৰ সাধু, পৰিপুষ্টি বিজ্ঞান
শৰৎচন্দ্ৰ গোস্বামী ১৯১৫ ১৯৬৮ কনফুচিয়াচ, চক্ৰেটিছ প্লেটো আৰু এৰিষ্টটোল, প্লেটো, মনোবিজ্ঞান, মহাত্মা গান্ধীৰ জীৱন কাহিনী, ধৰ্ম দৰ্শন
শৈলধৰ ৰাজখোৱা ১৮৯২ ১৯৬৮ নিজৰা, বিদ্যাৱতী, ৰণজিৎ, অতীতৰ সোঁৱৰণী
নৰনাথ মহন্ত ১৯শ শতিকা জ্ঞানাংকুৰ প্ৰথম খণ, জ্ঞানাংকুৰ দ্বিতীয় খণ্ড, স্বাস্থ্য বিধি (১৮৮৪)
নাৰায়ণ চন্দ্ৰ বিদ্যাভূষণ ১৯শ শতিকা আশুবোধ ব্যাকৰণ
নীলকুমুদ বৰুৱা ১৯শ শতিকা জীৱনাদৰ্শ
মুন্সী ছাখাৱত আলী ১৯শ শতিকা অসমীয়া ভাষাৰ ক্ষেত্ৰ জ্যামিতি, অসমীয়া পদাৰ্থ বিদ্যা, অসমীয়া ভাষাৰ জ্যামিতি, গণিত হস্তক
ৰঘুদেৱ গোস্বামী ১৯শ শতিকা হিতোপদেশ (১৮৮০)
ললিতচন্দ্ৰ ৰায়মেধি ১৯শ শতিকা গুৰুশিষ্য
শ্ৰীধৰ বৰুৱা ১৯শ শতিকা কাণখোৱা, কুলাচল বধ, বৈষ্ণৱ কীৰ্ত্তন, ভীম চৰিত, ৰুক্মিণী হৰণ কাব্য, ঋতু বৰ্ণন
অলিভাৰ থমাছ কট্টৰ ১৮১১
উমেশ্বৰী গোস্বামী ১৯১৪ নামমালা, উপনয়নৰ সাধু, তাহানিৰ সাধু, সাবিত্ৰী চতুৰ্দশী ব্ৰত, তীৰ্থ দৰ্শন, আশীৰ্বাদ
চন্দ্ৰকান্ত বিদ্যালংকাৰ ১৮৭০ শব্দমঞ্জৰী, পদমঞ্জৰী, ধাতুমঞ্জৰী
চন্দ্ৰশেখৰ বৰুৱা সংসাৰ কানন, বিশ্ব কানন, ভূমি পৰিমাণ
জয়চন্দ্ৰ চক্ৰৱৰ্তী অসমীয়া মৌখিক অঙ্ক, অসমীয়া লৰাপাঠ প্ৰথম ভাগ, অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ
তাৰিণী প্ৰসাদ সেন বিজনীৰ ৰাজবংশ (১৮৭৬)
দিবাকৰ শৰ্মা অংকপাঠ, দয়াকৰৰ জীৱন চৰিত
দেৱেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী (১৯১২)
দেৱেন্দ্ৰসেন বৰুৱা সহজ ধাৰাপাত (১৮৯৪)
বাগীশ দ্বিজ নীতি লতাঙ্কুৰ
মঃ চোলেইমান খাঁ ১৮৭০ কবিতা পুথি
মহীৰাম দাস হৰিদেউ কানীয়াৰ কথা (১৮৯৮)
মাইৰাম বিদ্যাৰত্ন ১৮৪৯ ব্যৱহাৰ দৰ্পণ
মেৰী গাৰ্নি ফুলমতী ও কৰুণাৰ বিৱৰণ (১৮৭৭)
ৰজনীকান্ত চক্ৰৱৰ্তী ব্যৱহাৰিক মৌখিক গণনা (১৮৭৯)
ৰামানাথ দেৱশৰ্মোপাধ্যায় বিদ্যাভূষণ ১৮৬২ অন্তেষ্টিক্ৰিয়া পদ্ধতি, শ্ৰাদ্ধাতি-তীৰ্থ পদ্ধতি, বিবাহ পদ্ধতি
লঘনুৰাম চৌধুৰী ১৮৬৫ ফকৰা যোজনা, সৰ্বজান
গণেশ চন্দ্ৰ হাজৰিকা বিশ্ব আৰু তাৰ প্ৰাকৃতিক চিত্ৰ (১৯২০)