Indic Wikisource Community/Message1/as
মন্তব্যৰ বাবে অনুৰোধ-মুদ্ৰণ সংশোধন প্ৰতিযোগিতা
প্ৰিয় বন্ধুসকল, মই ইয়াত আলোচনা আৰু মতামত আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি দুটা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা পৰিচালনা কৰিছিলোঁ। ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু আমাৰ সম্প্ৰদায় কেনেদৰে চলাব লাগে সেই সম্পৰ্কে আপোনাৰ মতামতৰ অতি প্ৰয়োজন। মই আশা কৰোঁ আপুনি আপোনাৰ মাতৃভাষাত আপোনাৰ মন্তব্য দিব।
ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়ৰ হৈ
জয়ন্ত নাথ