ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ নিৰ্বাচন/২০২২/ঘোষণা/২০২২ চনৰ বোৰ্ড অৱ ট্ৰাষ্টী নিৰ্বাচন কমিউনিটি ভোটিং বন্ধ হ’বলৈ ওলাইছে

২০২২ চনৰ ব’ৰ্ড অৱ ট্ৰাষ্টী নিৰ্বাচনৰ কমিউনিটি ভোটিং বন্ধ হ’বলৈ ওলাইছে

আপুনি এই বাৰ্তাটো অতিৰিক্ত ভাষালৈ অনুবাদ কৰা মেটা-ৱিকিত পাব পাৰে।

নমস্কাৰ,

২০২২ চনৰ ব’ৰ্ড অৱ ট্ৰাষ্টী নিৰ্বাচনৰ কমিউনিটি ভোটিং সময়সীমা ২৩ আগষ্ট, ২০২২ৰ পৰা আৰম্ভ হৈছিল, আৰু ৬ ছেপ্টেম্বৰ, ২০২২ ২৩:৫৯ UTC ত বন্ধ হ’ব। এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুযোগ এতিয়াও আছে। যদি আপুনি ভোট দিয়া নাছিল, তেন্তে এতিয়াই ভোট দিবলৈ অনুগ্ৰহ কৰি সুৰক্ষিত ভোটদান পৃষ্ঠা দৰ্শন কৰক। আপোনাৰ ভোটাৰৰ যোগ্যতাৰ বিষয়ে জানিবৰ বাবে অনুগ্ৰহ কৰি ভোটাৰৰ যোগ্যতা পৃষ্ঠা দৰ্শন কৰক। যদি আপুনি আপোনাৰ সিদ্ধান্ত লোৱাত সহায়ৰ প্ৰয়োজন হয়, তেন্তে ইয়াত কিছুমান সহায়ক লিংক দিয়া হ'ল:

বিনয়াবনত,

আন্দোলন কৌশল আৰু শাসন