ভাৰতীয় ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, এপ্ৰিল ২০২৩

This page is a translated version of the page Indic Wikisource proofread-a-thon April 2023 and the translation is 80% complete.
Outdated translations are marked like this.
Indian Wikisource proofread-a-thon April 2023
Indic Wikisource proofread-a-thon April 2023/as
StatusCompleted
Genreঅনলাইন সম্পাদনা মেলা
BeginsApril 1, 2023 (2023-04-01)
EndsApril 15, 2023 (2023-04-15)
Countryভাৰত
CoordinatorUser:Jayanta (CIS-A2K)
Participantsভাৰতীয় ৱিকিউৎসৰ সদস্যসকল
Organised byCIS-A2K
SponsorCIS-A2K

ৱিকিউৎস প্ৰকল্পত অনলাইন ক্ৰিয়াকলাপ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চিআইএছ-এ২কে সংস্থাই ভাৰতীয় ৱিকিউৎসসমূহৰ বাবে এখন মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

সকলো ভাৰতীয় ৱিকিউৎস প্ৰকল্পত মুদ্ৰণ কৰিবলৈ এলানি ধ্ৰুপদী গ্ৰন্থ নিৰ্বাচন কৰা হৈছে। নিয়মাৱলীত উল্লেখিত নিয়ম অনুসৰি প্ৰতিটো পৃষ্ঠাৰ মুদ্ৰণ সংশোধনৰ বাবে ৱিকিমিডিয়ানজনে পয়ণ্ট লাভ কৰিব।

ই অভিজ্ঞ আৰু নতুন, এই দুয়োধৰণৰ মুদ্ৰণসংশোধক ৱিকিমিডিয়ানসকলৰ বাবে এক মুক্ত সম্পাদনা মেলা।

  • এই সম্পাদনামেলা ১ এপ্ৰিল ২০২৩ ৰ পৰা ১৫ এপ্ৰিল ২০২৩ লৈকে অনুষ্ঠিত হ'ব ।