ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২/পুৰস্কাৰ

This page is a translated version of the page Indic Wikisource Proofreadthon March 2022/Prize and the translation is 100% complete.
Indic Wikisource Proofreadthon March 2022

স্থানীয় পৰ্যায়ত পুৰস্কাৰ

 
প্ৰথম পুৰস্কাৰ
  •   প্ৰথম পুৰস্কাৰ -   ৩,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
  •   দ্বিতীয় পুৰস্কাৰ -   ২,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
  •   তৃতীয় পুৰস্কাৰ -   ১,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
  •   চতুৰ্থৰ পৰা দশম পুৰস্কাৰ -   ৫০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন

সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ

  •   প্ৰথম পুৰস্কাৰ -   ৩,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
  •   দ্বিতীয় পুৰস্কাৰ -   ২,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
  •   তৃতীয় পুৰস্কাৰ -   ১,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন

প্ৰশাসক/পুনৰীক্ষকৰ বাবে বিশেষ পুৰস্কাৰ

  •   - এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন

টোকা:

  • স্থানীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ অতি কমেও ৩৫০ পয়ণ্ট অৰ্জন কৰিব লাগিব আৰু সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ অতি কমেও ১০০০ পয়ণ্ট অৰ্জন কৰিব লাগিব।
  • গিফ্ট ভাউচাৰবোৰ সম্ভৱতঃ এমাজন গিফ্ট ভাউচাৰ হ'ব।
  • এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন পঠোৱা হ'ব। কিন্তু বৰ্তমান দেশত চলি থকা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে পুৰস্কাৰ পঠোৱাত কিছু পলম হ'ব পাৰে।
  • যদিহে কোনো অংশগ্ৰহণকাৰীয়ে স্থানীয় আৰু সৰ্বভাৰতীয় দুয়োটা পৰ্যায়তে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়, তেন্তে দুয়োটা পৰ্যায়ৰ বাবে কেৱল এটা টি-ছাৰ্ট আৰু এটা স্মাৰক চিহ্নহে লাভ কৰিব। অৱশ্যে গিফ্ট ভাউচাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। সৰ্বভাৰতীয় পৰ্যায়ত গিফ্ট ভাউচাৰ লাভ কৰিলেও স্থানীয় পৰ্যায়তো গিফ্ট ভাউচাৰ লাভ কৰিব।
  • ''কিছু আইনী বাধ্যবাধকতাৰ কাৰণে চিআইএছ-এ২কেয়ে ভাৰতৰ বাহিৰলৈ গিফ্ট ভাউচাৰ, টি-ছাৰ্ট আৰু স্মাৰক চিহ্ন প্ৰেৰণ কৰিব নোৱাৰিব।''

বাৰ্ণষ্টাৰ