ইণ্ডিক ৱিকিউৎস সম্পাদনামেলা ২০২০

This page is a translated version of the page Indic Wikisource Proofreadthon 2020 and the translation is 100% complete.
ইণ্ডিক ৱিকিউৎস সম্পাদনামেলা ২০২০
ইণ্ডিক ৱিকিউৎস
সম্পাদনামেলা ২০২০
StatusPlanning
Genreঅনলাইন সম্পাদনামেলা
BeginsNovember 1, 2020 (2020-11-01)
EndsNovember 15, 2020 (2020-11-15)
FrequencySemi-annually
Countryভাৰত
CoordinatorUser:Jayanta (CIS-A2K)
Participantsইণ্ডিক ৱিকিউৎস সদস্য
Organised byCIS-A2K
SponsorCIS-A2K

মে ২০২০ ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ ইণ্ডিক ৱিকিউৎস সম্পাদনামেলাৰ সফল সমাপ্তিৰ পিছত, ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্পসমূহৰ অনলাইন কাৰ্যকলাপ বঢ়োৱাৰ উদ্দেশ্যে, CIS-A2K দলে আকৌ এবাৰ ইণ্ডিক ৱিকিউৎস সম্পাদনামেলা অনুষ্ঠিত কৰিছে। সকলো ইণ্ডিক ৱিকিউৎস সমাজৰ সদস্যসকলে মুদ্ৰণসংশোধনৰ বাবে কিছুমান নিৰ্দিষ্ট কিতাপৰ তালিকা প্ৰস্তুত কৰিব। প্ৰতি পৃষ্ঠাৰ মুদ্ৰণসংশোধনৰ বাবে সংশোধকসকলে নীতি শিতানত দিয়া মতে নম্বৰ লাভ কৰিব।

ই অভিজ্ঞ মুদ্ৰণসংশোধক ৱিকিমিডিয়ানসকলৰ বাবে এক মুক্ত সম্পাদনা মেলা; নতুন স্বেচ্ছাসেৱকসকলেও চেষ্টা কৰি চাব পাৰে।

  • এই সম্পাদনামেলা ১ নৱেম্বৰ ২০২০ৰ পৰা ১৫ নৱেম্বৰ ২০২০ লৈকে অনুষ্ঠিত হ'ব (দুয়োদিন ধৰি)