CIS-A2K/Events/Assamese Wikisource Community skill-building workshop/pranamikaadhikary
Please write in details on areas such as
- Event planning
- Training
- Logistics
- Management
Please do not use anyone's real names and use Usernames only. Feel free to use your language to provide the feedback, if you wish.
Share your detailed feedback here:
- Please summarise your experience in this program in 2-3 sentences? (How was your experience, was it helpful? Be innovative! You may write in text, or upload a video/audio etc)
- বহুখিনি উপকৃত হ’লোঁ৷
- Please explain what went well during the workshop? (write in details, please)
- জটিলতাৰ মাজত সোমাবলৈ সাহস পালোঁ৷
- Please explain the areas that can be improved and would you have liked to be different? (how could we improve the workshop, write in detail, please)
- একো নাই৷
- What did you learn in the program?
- পৃষ্ঠা তালিকা, উপপৃষ্ঠা, দুই স্তম্ভত ভাগ কৰা ইত্যাদি৷
- What learnings you gained from this program will you share with other community members and how?
- ৱিকিউৎসত কাম কৰিবলৈ আমন্ত্ৰণ কৰিবলৈ হ’লে ন-শিকাৰুক হাতে-কামে প্ৰাৰম্ভিক জ্ঞান দিব পাৰিম আৰু উপযুক্ত ঠাইত সেয়া দিবলৈ যত্ন কৰিম৷
- What are the future activities you want to plan after this event?
- উচ্চ শিক্ষানুষ্ঠান কিছুমানলৈ গৈ সকলোৰে অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হ’ব৷
- Kindly share your good experience from this event.
- ৱিকিউৎসৰ কৰ্মৰত সদস্যসকলৰ মাজত আন্তৰিকতা আৰু কৰ্মোদ্যম নিঃসন্দেহে বৃদ্ধি হ’ব৷ সমল ব্যক্তি জয়ন্ত নাথ চাৰৰ সহযোগিতাত অসমীয়া ৱিকিউৎস বহুদূৰ আগুৱাই যাব বুলি বিশ্বাস৷ তেখেতক ধন্যবাদ৷